NORTHEAST NOW (Assamese)

Tag: COVID-19

Popular Stories

স্পেনিছ গাৰ্ডেনৰ মনীষ তীব্ৰেৱালৰ লগতে অন্য চাৰিজন কোভিদ ৰোগীক চিকিৎসালয়ৰ পৰা মুক্তি

আজি চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে স্পেনিছ গাৰ্ডেনৰ মনীষ তীব্ৰেৱালৰ লগতে অন্য চাৰিজন কোভিদ১৯ আক্ৰান্ত ৰোগীক। জিএমছিএইছত চিকিৎসাধীন হৈ থকা মনীষ তীব্ৰেৱাল(৪৬)ক…

কল্পজ্যোতি শইকীয়া · April 19, 2020 6:09 pm
Popular Stories

ক’ৰ’না মুক্ত গোৱা; আৰোগ্য ক’ৰ’না আক্ৰান্ত আটাইকেইগৰাকী ব্যক্তি

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা বৰ্তমান সম্পূৰ্ণ ৰূপে মুক্ত হৈছে গোৱা। গোৱাৰ স্বাস্থ্য মন্ত্ৰী বিশ্বজিৎ ৰানে দেওবাৰে ৰাজ্যখনৰ ক’ৰ’নাত আক্ৰান্ত হোৱা ৭ গৰাকী…

এন ই নাও নিউজ · April 19, 2020 6:08 pm
অসম

৩ মে’লৈ ল’কডাউন অব্যাহত থাকিলেও ২১ এপ্ৰিলৰ পৰা কি কি কৰিব পাৰিব আপুনি?

ল’কডাউন থাকিলেও ৰাজ্যত অহা ২১ এপ্ৰিলৰ পৰা কিছু সংখ্যক কামৰ ক্ষেত্ৰত নিষেধাজ্ঞা উঠাই দিছে চৰকাৰে। ইয়াৰ ভিতৰত ২১ এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিয়ান, পানী মিস্ত্ৰী, মটৰ…

কল্পজ্য়োতি শইকীয়া · April 19, 2020 5:31 pm
অসম

পুৰণিগুদামত তাবলিঘি জামাতৰ স্থান নাই, স্থানীয় ইছলামী সংগঠনৰ সিদ্ধান্ত

নগাওঁ জিলাৰ পুৰণিগুদামৰ অন্যতম পুৰণি ধৰ্মীয় সংগঠন অঞ্জুমান-ই-ইছলামীয়াই তাবলিঘি জামাতক অঞ্চলটোত অনিৰ্দিষ্টকালৰ বাবে নিষেধ কৰিছে। “পুৰণিগুদামৰ অঞ্জুমান-ই-ইছলামীয়াৰ অন্তৰ্ভুক্ত কোনো ব্যক্তি তবলিঘি জামাতত…

ভাৰ্গৱ হাজৰিকা · April 19, 2020 5:03 pm
অসম

বহিঃৰাজ্যত আৱদ্ধ ছাত্ৰ-ছাত্ৰীক নিজ ৰাজ্যলৈ ঘুৰাই অনাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান ৰিপুন বৰাৰ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশত ল’কডাউন ঘোষণা কৰাৰ পাছতে জনসাধাৰণে বিভিন্ন সমস্যাৰ সৈতে যুঁজিবলগীয়া হৈছে। ল’কডাউনৰ ফলত সৃষ্টিহোৱা সমস্যাৰাজি সন্দৰ্ভত…

দীপজ্যোতি শৰ্মা · April 19, 2020 4:42 pm
Popular Stories

নগালেণ্ডত জুইত সেকি হাপা আৰু হৰিণাৰ মাংস ভক্ষণ

ল’কডাউন উলংঘা কৰি অৰুণাচল প্ৰদেশত কেইজমান লোকে কিং কোব্ৰা ভক্ষণ কৰাৰ পিছতে এইবাৰ নাগলেণ্ডত ঘটিছে তদ্ৰূপ ঘটনা। এই সমগ্ৰ দৃশ্যৰাজি বন্দী হোৱা…

এন ই নাও নিউজ · April 19, 2020 4:33 pm
অসম

ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ ১ লাখ টকাৰ সাহায্য প্ৰদান মহানগৰ জিলা পৰিবহন বিষয়া বাপন কলিতাৰ

সমগ্ৰ বিশ্বতে ক’ৰ’না ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে। ইটালী, আমেৰিকা, স্পেইনৰ পিছত ভাৰততো এই ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে। এনে এক জটিল…

দীপজ্যোতি শৰ্মা · April 19, 2020 3:19 pm
অসম

ডোনাল্ড ট্রাম্পৰ সকীয়নি: কৰ’না বিয়পোৱাৰ প্ৰমাণ পালে শুদাই নেৰে চীনক

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে চীনক পুনৰ সকীয়াই দি কয় যে যদি কৰ’না ভাইৰাছৰ সংক্ৰমণ জানি বুজি বিয়পোৱাৰ বাবে দোষী পোৱা যায় তেতিয়াহ’লে…

এন ই নাও নিউজ · April 19, 2020 1:08 pm
অসম

ইন্দোৰত কৰ’না ভাইৰাছত আক্ৰান্ত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ মৃত্যু

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত দেশত মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে। মহাৰাষ্ট্ৰৰ পাছতেই কৰ’না আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা অধিক হৈছে মধ্য প্ৰদেশত। মধ্য…

এন ই নাও নিউজ · April 19, 2020 11:40 am
অসম

ভাৰতত কৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱাৰ লোকৰ ৭৫শতাংশই ষাঠিৰ উৰ্দ্ধৰ ব্যক্তি

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ভাৰতত মৃত্যু হোৱা লোকৰ ভিতৰত জ্যেষ্ঠ নাগৰিকৰ সংখ্যাই অধিক।স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, বৰ্তমানলৈ মৃত্যু হোৱা লোকৰ ভিতৰত ৭৫বয়সৰ…

এন ই নাও নিউজ · April 19, 2020 7:39 am