NORTHEAST NOW (Assamese)

Tag: COVID-19

অসম

অসমত ক’ভিড-১৯ পৰীক্ষাগাৰ ছটালৈ বৃদ্ধি

অসমত ক’ভিড-১৯ পৰীক্ষাগাৰ ছটালৈ বৃদ্ধি পাইছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰীক্ষাগাৰলৈ এই সন্দৰ্ভত শুকুৰবাৰে স্বীকৃতি আগবঢ়াইছে। স্বাস্থ্য…

এন ই নাও নিউজ · April 17, 2020 9:52 pm
অসম

ক’ভিড-১৯: অসমত নতুনকৈ সুস্থ চাৰিজন, চিকিৎসালয়ৰ পৰা মুকলি

ক’ভিড-১৯ত আক্ৰান্ত অসমৰ চাৰিজন ব্যক্তিক শুকুৰবাৰে চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হাইদৰ আলি (৬২), ৱাহিদা…

ৰিতুপল্লৱ শইকীয়া · April 17, 2020 8:10 pm
অসম

কৰ’নাভাইৰাছ আক্ৰান্তৰ সেৱাৰ বাবে চিকিৎসালয়ত যোগ দিলে এইগৰাকী ৰাজকুমাৰীয়ে

ছুইডেনৰ ৰাজকুমাৰী প্ৰিঞ্চেছ ছফিয়াই দেশৰ কৰ’নাভাইৰাছত আক্ৰান্ত ৰোগীসকলক চিকিৎসাৰ বাবে এখন চিকিৎসালয়ত স্বাস্থ্য কৰ্মী হিচাপে যোগ দিছে। ষ্টকহ’মৰ ছফিয়াহেমেট হস্পিটেলত ৩৫ বছৰীয়া…

এন ই নাও নিউজ · April 17, 2020 6:15 pm
অসম

লকডাউনৰ পৰা ৰেহাই : নতুন তালিকা জাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ

ৰাষ্ট্ৰজোৰা লকডাউনৰ পৰা ৰেহাই পাবলগীয়া কাৰ্যকলাপৰ এখন নতুন তালিকা কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে শুকুৰবাৰে জাৰি কৰিছে। ৰেহাই পাবলগীয়া এই কৰ্যকলাপসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে…

এন ই নাও নিউজ · April 17, 2020 1:08 pm
Popular Stories

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজাৰ বাবে নিজৰ সমস্ত জমা ধন চৰকাৰলৈ আগবঢ়ালে এইজন অভিনেতাই

দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। সেয়ে সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত দেশৰ প্ৰধান মন্ত্ৰী মোদীয়ে ৪০ দিনীয়া লকডাউন ঘোষণা…

এন ই নাও নিউজ · April 17, 2020 9:12 am
অসম

৩৫০ কিলোমিটাৰ খোজকাঢ়ি গৈছিল যুৱকজন; পৰীক্ষাত ওলাল কৰ’না পজিটিভ

দেশৰ ভিতৰতে সৰ্বাধিক কৰ’না ভাইৰাছত আক্ৰান্ত ৰাজ্য হৈছে মহাৰাষ্ট্ৰ। ৰাজ্যখনত কৰ’নাৰ সংক্ৰমণ দ্ৰুতভাৱে বিয়পিছে। ইয়াৰ মাজতে মহাৰাষ্ট্ৰৰ পাৰভানি জিলাত বৃহস্পতিবাৰে প্ৰথমটো কৰ’না…

এন ই নাও নিউজ · April 17, 2020 8:48 am
অসম

কৰ’নাৰ আতংক: লকডাউনৰ মাজতে কৰ্ণাটকৰ মন্দিৰত জন সমাৱেশ; আৰক্ষীৰ গোচৰ ৰুজু

সমগ্ৰ দেশতে এতিয়া দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি আছে। প্ৰধান মন্ত্ৰী মোদীয়ে দেশৰ জনসাধাৰণক কঠোৰভাৱে লকডাউন পালন কৰাৰ আহ্বানো জনাইছে। কিন্তু ইয়াৰ পাছতো…

এন ই নাও নিউজ · April 17, 2020 7:40 am
অসম

কৰ’নাক পৰাজিত কৰি জীৱন যুদ্ধত জয়ী হ’ল ১০৬বছৰীয়া বৃদ্ধা

সমগ্ৰ বিশ্বতে কৰ’নাৰ তাণ্ডৱ অব্যাহত আছে। মাৰাত্মক এই ভাইৰাছৰ সংক্ৰমণৰ কবলত পৰিছে হাজাৰ হাজাৰলোক। মৃত্যু হৈছে বহু লোকৰ। কিন্তু এই ভয়ংকৰ মৃত্যুৰ…

এন ই নাও নিউজ · April 17, 2020 6:40 am
অসম

জনহিত জনসেৱাৰ্থে কোকৰাঝাৰ আৰক্ষী, আৰ্তজনলৈ মুকলি সমূহীয়া ভোজনালয়

লকডাউনৰ মাজতে কোকৰাঝাৰ আৰক্ষীয়ে লৈছে এক প্ৰশংসনীয় পদক্ষেপ। দৰিদ্ৰ ভোকাতুৰজনৰ বাবে মুকলি কৰিছে এক সমূহীয়া ভোজনালয়। লকডাউনৰ ফলত খোৱা-বোৱাত কষ্ট পোৱা দুখীয়া-নিচলা,…

ৰিনয় বসুমতাৰী · April 16, 2020 11:31 pm
অসম

লকডাউন: নিশা কৰ্তব্যৰত আৰক্ষীক চাহ বিতৰণ এৰ’মিকা টীৰ

এৰ’মিকা টীৰ স্বত্বাধিকাৰী ৰঞ্জিত বৰুৱাই লকডাউনৰ সময়ত কৰ্তব্যৰত আৰক্ষীৰ লোকসকলক চাহ বিতৰণ কৰি আহিছে। দিনত দুই এক সদাশয় ব্যক্তিয়ে আৰক্ষীক চাহ বা…

দীপজ্যোতি শৰ্মা · April 16, 2020 10:55 pm