NORTHEAST NOW (Assamese)

Tag: COVID-19

Popular Stories

কাইলৈ দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে; দেশত লকডাউনৰ ম্যাদ বৃদ্ধি কৰা হ’ব নে?

কাইলৈ দেশবাসীক সম্বোধন কৰিবৱ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কাইলৈ পুৱা ১০ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰি ভাষণ প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীৰ…

এন ই নাও নিউজ · April 13, 2020 3:05 pm
Popular Stories

অসমৰ বাহিৰত আৱদ্ধ শ্ৰমিক, দৰিদ্ৰ, নিম্ন মধ্যবিত্ত লোকৰ বাবে হেল্পলাইন নম্বৰ মুকলি

অসমৰ বাহিৰত আৱদ্ধ শ্ৰমিক, দৰিদ্ৰ, নিম্ন মধ্যবিত্ত লোকৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজি মন্ত্ৰী হিমন্ত…

কল্পজ্যোতি শইকীয়া · April 13, 2020 2:23 pm
অসম

দেশত কৰ’না ভাইৰাছৰ ফলত মৃত্যুৰ সংখ্যা ৩০৮জনলৈ বৃদ্ধি; আক্ৰান্ত ৯১৫২জন

দেশত কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। এতিয়ালৈ কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই ৯,১৫২জন হৈছে। আনহাতে, যোৱা ২৪ ঘন্টাত দেশত…

এন ই নাও নিউজ · April 13, 2020 11:21 am
অসম

অসমত পুনৰ এজন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত; আক্ৰান্তৰ সংখ্যা ৩০জনলৈ বৃদ্ধি

অসমত পুনৰ এজন কোভিড-১৯ পজিটিভ ৰোগী ধৰা পৰিছে। আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি এই কথা সদৰী কৰে। মন্ত্ৰী গৰাকীয়ে…

এন ই নাও নিউজ · April 13, 2020 10:17 am
অসম

আঠগাঁও মছজিদৰে সম্পৰ্ক : কৃষ্ণাইৰ ৯ গৰাকী জামাতিক স্বাস্থ্য বিভাগৰ কোৱাৰেণ্টাইন

কৰ’নাৰ হট স্পটৰূপে চিহ্নিত গুৱাহাটীৰ আঠগাঁও মছজিদৰ জামাতিক লৈ এতিয়া ভীষণ উদ্বিগ্ন চৰকাৰ-প্ৰশাসন। কৰ’না আক্ৰান্ত নিজামুদ্দিন ফেৰত লোকৰ সংস্পৰ্শলৈ অহা কৃষ্ণাইৰ ৯গৰাকী…

নীলমনি শর্মা · April 13, 2020 7:27 am
অসম

নাগালেণ্ডৰ প্ৰথমজন ক’ভিড-১৯ ৰোগী চিনাক্ত

নাগালেণ্ডৰ প্ৰথমজন ক’ভিড-১৯ পজিটিভ ৰোগী দেওবাৰে চিনাক্ত হৈছে। বৰ্তমান তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে। ডিমাপুৰৰ এখন ব্যক্তিগত…

এন ই নাও নিউজ · April 12, 2020 11:17 pm
অসম

ভাৰতত ক’ভিড-১৯ আক্ৰান্ত ৮৪৪৭ গৰাকীলৈ বৃদ্ধি; মৃত ২৭৩, আৰোগ্য ৭৬৪

ভাৰতত দেওবাৰলৈকে ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ৮,৪৪৭ গৰাকীলৈ বৃদ্ধি পাইছে। ৭৬৪ গৰাকী আৰোগ্য হৈছে, মৃত্যু হৈছে ২৭৩জনৰ। যোৱা ২৪ ঘণ্টাত দেশত ৯০৯গৰাকী নতুন…

এন ই নাও নিউজ · April 12, 2020 11:08 pm
অসম

ভাৰতত ক’ৰ’নাত আক্ৰান্ত হোৱা ৰোগীৰ মাত্ৰ ২০ শতাংশকহে অক্সিজেনৰ সহায়ৰ প্ৰয়োজন হৈছে : চৰকাৰ

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ শেহতীয়া স্থিতি সম্বন্ধে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিৱ লাভ আগৰৱালে তথ্য দাঙি ধৰি ভাৰতত ক’ৰ’নাত আক্ৰান্ত হোৱা ব্যক্তিৰ…

এন ই নাও নিউজ · April 12, 2020 10:16 pm
Popular Stories

ৰাজ্যৰ সুৰাপায়ীৰ বাবে সুখবৰ; কাইলৈ পৰা অসমত খোলা হ’ব সুৰাৰ বিপণীৰ লগতে গুদাম

ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা ল’কডাউনৰ মাজতে ৰাজ্যৰ সকলো সুৰা বিপণী, সুৰাৰ গুদাম, বটলিং প্লেট, সুৰাৰ উৎপাদন কাৰখাৰ আৰু চেৰাভাটি মকুলি…

কল্পজ্যোতি শইকীয়া · April 12, 2020 8:58 pm
অসম

বিশ্বজুৰি মহৌষধ হাইড্ৰক্সিক্ল’ৰ’কুইনৰ যোৰহাট সংযোগ

কৰ’নাভাইৰাছৰ বাবে বিশ্বজুৰি চাহিদা সৃষ্টি হোৱা হাইড্ৰক্সিক্ল’ৰ’কুইনৰ সৈতে আছে অসমৰ যোৰহাটৰো এক সংযোগ। মেলেৰিয়াৰোধী দৰৱৰূপে পৰিচিত এই হাইড্ৰক্সিক্ল’ৰ’কুইন এসময়ত বেংগল ইমিউনিটি লিমিটেডে।…

স্মিতা ভট্টাচাৰ্য্য · April 12, 2020 8:24 pm