Tag: COVID-19
ল’কডাউন বৃদ্ধি সন্দৰ্ভত প্ৰধান মন্ত্ৰীয়ে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে; বৈঠকৰ অন্তত মোদীক প্ৰশংসা কেজৰিৱালৰ
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ল’কডাউনৰ সময়সীমা বৃদ্ধি সন্দৰ্ভত হোৱা বৈঠকৰ অন্তত প্ৰধান মন্ত্ৰীক প্ৰশাংসা কৰিছে দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ‘‘প্ৰধান…
ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ জোনমণি দেৱী খাউণ্ড আৰু স্বামীয়ে ৰাজ্য চৰকাৰলৈ আগবঢ়ালে সাহায্য
বৰ্তমান সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে ক’ৰ’না ভাইৰাছে। ভাৰবৰ্ষতো শেহতীয়াভাৱে এই ভাইৰাছবিধত ৭৬৮৪ জন আক্ৰান্ত হোৱাৰ লগতে ২৫০ জন মৃত্যু মুখত পৰিছে। আনহাতে…
প্রধানমন্ত্ৰী মোদীয়ে পৰিধান কৰিলে অসমীয়া গামোচাৰে তৈয়াৰী মাস্ক; মাস্ক পৰিধান কৰিবলৈ দেশবাসীক আহ্বান
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিধান কৰিলে অসমীয়া গামোচাৰে তৈয়াৰ কৰা মাস্ক। আজি দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ল’কডাউন সম্পৰ্কে ভিডিঅ’ কনফাৰেন্সিঙৰ যোগে অনুষ্ঠিত এক…
কেৰালাত তৃতীয়জন কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ মৃত্যু
কেৰালাত শনিবাৰে ৰাতিপুৱা কৰ’না ভাইৰাছত আক্ৰান্ত তৃতীয়টো মৃত্যুৰ ঘটনা সংঘটিত হৈছে। চৰকাৰী বিষয়াই এই তথ্য সদৰী কৰিছে। ৭১ বছৰীয়া মৃত লোকজন পুডুচেৰীৰ…
কৰ’না ভাইৰাছত আক্ৰান্ত হৈ এদিনতে সৰ্বাধিক ২,১০৮জন লোকৰ মৃত্যু আমেৰিকাত
সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত আতংকই ছানি ধৰিছে। মাৰাত্মক এই বাইৰাছ প্ৰতিৰোধৰ বাবে আনকি বহুকেইখন দেশে লকডাউনো ঘোষণা কৰিছে। কৰ’না ভাইৰাছত…
COVID-19 ৰ বিৰুদ্ধে যুঁজত এইবাৰ BMC ক ৩ কোটি টকা আগবঢ়ালে অক্ষয় কুমাৰে
বলীউদৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ কোটি টকাৰ বৰঙণি আগবঢ়োৱাৰ পাছত এইবাৰ বৃহনমুম্বাই মিউনিচিপাল কৰ্পোৰেশ্যন (BMC)ক ৩ কোটি…
ল’কডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণেৰে তামুলপুৰত আৰক্ষী বিষয়াৰ মহানুভৱতা
সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে আহ্বান জনোৱা ২১ দিনীয়া ল’কডাউনৰ বাবে বৰ্তমান তীব্ৰ খাদ্য সংকটত…
লকডাউন: অসমত ১২৭২টা উলংঘনৰ ঘটনা, ৮৫৩৩খন বাহন জব্দ
অসমত শুকুৰবাৰলৈকে ১২৭২টা লকডাউন উলংঘনৰ ঘটনা সংঘটিত হৈছে আৰু ১৩৫৯জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। লকডাউনৰ সময়চোৱাত দৰং জিলাত এটা আইন-শৃংখলাজনিত ঘটনা সংঘটিত…
এবছৰৰ বাবে অৰুণাচলৰ মুখ্য মন্ত্ৰীকে ধৰি সকলো মন্ত্ৰী, বিধায়কৰ দৰমহা ৩০ শতাংশ কৰ্তন
মুখ্য মন্ত্ৰী, উপ-মুখ্য মন্ত্ৰী বিধান সভাৰ অধ্যক্ষকে ধৰি সকলো মন্ত্ৰী তথা বিধায়কৰ দৰমহা এবছৰলৈ ৩০ শতাংশ কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে অৰুণাচল…
মুম্বাইৰ ৫০০০ লোকক খাদ্য সামগ্ৰী যোগান ধৰিব শচীন টেণ্ডুলকাৰে
ল’কডাউনৰ সময়ত জন্মস্থান মুম্বাইৰ লোক সকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ক্ৰিকেটৰ জীৱন্ত কিংবদন্তি শচীন টেণ্ডুলকাৰ। শচীন টেণ্ডুলকাৰে আপনালয় নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ…