Tag: COVID-19
অহা জানুৱাৰিতে ওলাব কৰ’নাৰ ভেকচিন; আমেৰিকান সংস্থাৰ ঘোষণা
অহা জানুৱাৰি মাহৰ ভিতৰতে কোভিড-১৯ৰ ভেকচিনৰ প্ৰথমটো বেট্ছৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিব। জনছন এণ্ড জনছনৰ জনস্থাস্থ্য গৱেষণা আৰু বিকাশ বিভাগৰ মুৰব্বী ৰাক্সাণ্ড্ৰা…
অসমত ২০৪ নতুন ক’ভিড আক্ৰান্ত, ২৯৬১ আৰোগ্য
২০৪গৰাকী ব্যক্তি দেওবাৰে অসমত ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ২৯৬১গৰাকীয়ে আৰোগ্য লাভ কৰিছে। ৮৭৫৩টা টেষ্টত এইসকলক ক’ভিড পজিটিভ পোৱা গৈছে। পজিটিভৰ হাৰ…
মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰী এ এল হেক ক’ভিড পজিটিভ
মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰী এ এল হেক দেওবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। হেকে সদৰী কৰা মতে শনিবাৰে টেষ্টৰ বাবে তেওঁৰ নমুনা সংগ্ৰহ কৰা…
অসমত আৰু চাৰি ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতক ৯০৬লৈ বৃদ্ধি
আৰু চাৰিগৰাকী ক’ভিড১৯ ৰোগীয়ে দেওবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯০৬লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— লখিমপুৰৰ অতুল শৰ্মা…
অসমত ২৫৮ নতুন ক’ভিড আক্ৰান্ত, ২৯৪৮ আৰোগ্য
২৫৮গৰাকী ব্যক্তি শনিবাৰে অসমত ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ২৯৪৮গৰাকীয়ে আৰোগ্য লাভ কৰিছে। ১২,২৬৩টা টেষ্টত এইসকলক ক’ভিড পজিটিভ পোৱা গৈছে। পজিটিভৰ হাৰ…
৯০২লৈ বৃদ্ধি অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা
আৰু দুগৰাকী ক’ভিড১৯ ৰোগীয়ে শনিবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯০২লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কামৰূপ মহানগৰৰ বিনন…
দেশজুৰি নাগৰিকে ক’ভিড প্ৰতিষেধক বিনামূলীয়াকৈ পোৱা উচিত: কেজৰিৱাল
দেশজুৰি নাগৰিকসকলে ক’ভিড১৯ প্ৰতিষেধক বিনামূলীয়াকৈ পোৱা উচিত, দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱালে শনিবাৰে এই মন্তব্য কৰিছে। বিহাৰ নিৰ্বাচনৰ ইস্তাহাৰত বিজেপিয়ে ৰাজ্যখনত বিনামূলীয়া…
মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী দেবেন্দ্ৰ ফাডনবিচ ক’ভিড পজিটিভ
মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী দেবেন্দ্ৰ ফাডনবিচ ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। শনিবাৰে টুইটযোগে এই কথা সদৰী কৰি জ্যেষ্ঠ বিজেপি নেতাজনে কয় যে তেওঁ…
অসমত ৪২৭ নতুন ক’ভিড আক্ৰান্ত, ২১৮৪ আৰোগ্য
৪২৭গৰাকী ব্যক্তি শুকুৰবাৰে অসমত ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ২১৮৪গৰাকীয়ে আৰোগ্য লাভ কৰিছে। ১৭,৪৯৬টা টেষ্টত এইসকলক ক’ভিড পজিটিভ পোৱা গৈছে। পজিটিভৰ হাৰ…
৯০০লৈ বৃদ্ধি অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা
আৰু চাৰিগৰাকী ক’ভিড১৯ ৰোগীয়ে শুকুৰবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯০০লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— শোণিতপুৰৰ সুনীল স্বামী…