NORTHEAST NOW (Assamese)

Tag: COVID-19

অসম

ৰাজ্যত নতুনকৈ ১০১৮গৰাকী কোভিড-১৯পজিটিভ; গুৱাহাটীত আক্ৰান্ত ৫৭৭গৰাকী

ৰাজ্যখনত দেওবাৰে নতুনকৈ আৰু ১০১৮গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াৰ ভিতৰত অকল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছে ৫৭৭ গৰাকী। ইয়াৰ লগে…

এন ই নাও নিউজ · July 20, 2020 6:58 am
অসম

অসম আৰক্ষীত মুঠ ৮৬৯ ক’ভিড আক্ৰান্ত, আৰোগ্য ৪৮৪

৮৬৯গৰাকী অসম আৰক্ষীৰ লোক দেওবাৰলৈকে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ইয়াৰে ৪৮৪গৰাকীয়ে ইতিমধ্যে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে। ক’ভিড১৯ত অসম আৰক্ষীৰ হাবিলদাৰ হৰেশ্বৰ…

এন ই নাও নিউজ · July 19, 2020 11:33 pm
অসম

আনলক গুৱাহাটী: দোকান, প্ৰতিষ্ঠানত তাৎক্ষণিকভাৱে বাধ্যতামূলক নহয় ক’ভিড টেষ্টৰ ৰিপ’ৰ্ট

গুৱাহাটীত ২০ জুলাইৰ পৰা হ’ব লগা আনলক-১ত খুলিবলৈ অনুমতি দিয়া দোকান, প্ৰতিষ্ঠানসমূহে তাৎক্ষণিকভাৱে ক’ভিড১৯ টেষ্টৰ ৰিপ’ৰ্ট প্ৰদৰ্শন কৰিব নালাগে। কামৰূপ মহানগৰ জিলাৰ…

এন ই নাও নিউজ · July 19, 2020 11:17 pm
অসম

১৬ হাজাৰৰ সীমা অতিক্ৰম অসমত ক’ভিড আৰোগ্যৰ, দেওবাৰে মুকলি ৮৫৮

৮৫৮গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰে সৈতে অসমত মুঠ আৰোগ্যৰ সংখ্যাই দেওবাৰে ১৬ হাজাৰৰ সীমা অতিক্ৰম কৰিছে। অসমত এতিয়ালৈকে মুঠ ১৬,০২৩গৰাকী ব্যক্তিয়ে ক’ভিডৰ…

এন ই নাও নিউজ · July 19, 2020 9:56 pm
Popular Stories

“Kind Attention মুখ্যমন্ত্ৰী মহোদয়! : বিস্ফোৰক বাক্যৰে পুনৰ মুখ্য মন্ত্ৰীলৈ চিঠি অভিজিত শৰ্মাৰ

বহু কেইটা বিস্ফোৰক অভিযোগৰে ভৰপূৰ বাক্যৰে মুখ্যমন্ত্ৰীলৈ দ্বিতীয়খন পত্ৰ প্ৰেৰণ কৰিছে APW ৰ সভাপতি অভিজিত শৰ্মাই। নৰ্থ ইষ্ট নাওৰ হাতত আহি পৰিছে…

কল্পজ্যোতি শইকীয়া · July 19, 2020 9:13 pm
অসম

অসমত ক’ভিডত আৰু চাৰিগৰাকীৰ মৃত্যু, মুঠ ৫৭লৈ বৃদ্ধি

চাৰিগৰাকী ক’ভিড ৰোগীয়ে অসমত দেওবাৰে প্ৰাণ হেৰুৱাইছে। ক’ভিডত মৃত্যু হোৱা লোককেইগৰাকী হ’ল কামৰূপ মহানগৰ জিলাৰ প্ৰমোদ চন্দ্ৰ শৰ্মা (৬২) আৰু বীনাপাণি দাস…

এন ই নাও নিউজ · July 19, 2020 9:05 pm
অসম

গুৱাহাটীত দিয়া আনলক-১ক কেন্দ্ৰ কৰি চৰকাৰলৈ কেইটামান বিশেষ প্ৰশ্ন জ্যেষ্ঠ অধিবক্তাৰ

“চাৰিমাহ যোৰা লকডাউনত এতিয়া কৰোণাই নহয়, লঘোনে মানুহক মাৰিব।” নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত এই বিস্ফোৰক মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ…

কল্পজ্যোতি শইকীয়া · July 19, 2020 7:42 pm
অসম

আনলক গুৱাহাটী: পথৰ কোনটো কাষৰ দোকান খুলিব পাৰিব ব্যৱসায়ীয়ে?

ক’ৰনা সংক্ৰমণ ৰোধৰ বাবে তিনি সপ্তাহৰ লকডাউন৷ সোমবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব আনলক ১৷ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ নিৰ্দেশনা অনুসৰি আনলকৰ সময়চোৱাত…

দীপজ্যোতি শৰ্মা · July 19, 2020 6:59 pm
অসম

ৰাজ্যত নতুনকৈ ১১১৭গৰাকী কোভিড-১৯ পজিটিভ; গুৱাহাটীত আক্ৰান্ত ৫১৫গৰাকী

ৰাজ্যখনত শনিবাৰে নতুনকৈ আৰু ১১১৭গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াৰ ভিতৰত অকল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছে ৫১৫ গৰাকী। ইয়াৰ লগে…

এন ই নাও নিউজ · July 19, 2020 6:45 am
অসম

জি এম চি এইচৰ অধীক্ষক, তিনিচুকীয়াৰ ডি চি ক’ভিড পজিটিভ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ অধীক্ষক ডাঃ অভিজিত শৰ্মা আৰু তিনিচুকীয়াৰ উপায়ুক্ত ভাস্কৰ পেগু শনিবাৰে ক’ভিড পজিটিভ চিনাক্ত হৈছে। উপায়ুক্ত পেগুৱে আজিৰ…

মানস প্ৰতিম গগৈ/ এন ই নাও নিউজ · July 18, 2020 11:24 pm