NORTHEAST NOW (Assamese)

Tag: COVID-19

অসম

ৰাজ্যত ক’ৰ’ণাত আক্ৰান্তৰ সংখ্যাই ১৪ হাজাৰ অতিক্ৰম : নতুনকৈ আক্রান্ত ৬৯৬ গৰাকী

ৰাজ্যখনত নতুনকৈ আৰু ৬৯৬ গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি। ইয়াৰে ৪২৩ গৰাকী কেৱল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছে। ৰাজ্যখনত…

কল্পজ্যোতি শইকীয়া · July 9, 2020 6:45 am
অসম

ভেকচিন, দৰৱ নোলালে ’২১ৰ শেষলৈ ভাৰতত দিনে ইমান মানুহ আক্ৰান্ত হ’ব ক’ভিডত

আমেৰিকাৰ মাছাচুচেটছ ইনষ্টিটিউট অৱ টেকনলজিৰ গৱেষকৰ দল এটাই কৈছে যে ক’ভিড-১৯ৰ প্ৰতিষেধক বা কাৰ্য্যকৰী দৰৱ নোলালে ২০২১ৰ শীতকাললৈ ভাৰতত দিনে ২.৮৭ লাখ…

এন ই নাও নিউজ · July 8, 2020 11:03 pm
অসম

অসমত ৩৯৭ নতুনকৈ ক’ভিড মুক্ত, মুঠ আৰোগ্য ৮৭২৬

অসমত ব্যাপক হাৰত ক’ভিড-১৯ ৰোগী চিনাক্ত হোৱাৰ মাজতে ৩৯৭গৰাকী ব্যক্তিয়ে বুধবাৰে আৰোগ্য লাভ কৰিছে। আটাইকেইগৰাকী ব্যক্তিকে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। এইসকল…

এন ই নাও নিউজ · July 8, 2020 10:06 pm
অসম

কংগ্ৰেছ নেত্ৰী সুস্মিতা দেব ক’ভিড পজিটিভ

অল ইণ্ডিয়া মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেব বুধবাৰে ক’ভিড পজিটিভ চিনাক্ত হৈছে। শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত ক’ভিড-১৯ৰ পৰীক্ষাত দেবক পজিটিভ পোৱা…

এন ই নাও নিউজ · July 8, 2020 9:30 pm
অসম

অসম: ক’ভিড আক্ৰান্ত যুৱতীৰ মৃত্যু, দিনটোত প্ৰাণ হেৰুৱালে ছগৰাকীয়ে

ক’ভিড আক্ৰান্ত মণিকা ভূমিজ (১৯) নামৰ এগৰাকী যুৱতীয়ে বুধবাৰে অসমত প্ৰাণ হেৰুৱাইছে। যুৱতীগৰাকীক ধৰি দিনটোত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ছগৰাকীলৈ বৃদ্ধি…

কল্পজ্যোতি শইকীয়া · July 8, 2020 7:59 pm
অসম

কামৰূপ (মহানগৰ) আৰু শিৱসাগৰ জিলাৰ মাজত যাত্ৰাত নিষেধা়জ্ঞা

কামৰূপ (মহানগৰ) জিলাত সম্পূৰ্ণ তলাবন্ধ দিয়াৰ পাছতো বৃহৎসংখ্যক লোকৰ দেহত ক’ভিড-১৯ পজিটিভৰ লক্ষণ দেখা দিয়াৰ প্ৰতি লক্ষ্য ৰাখি তথা শিৱসাগৰ জিলাত ক’ভিড-১৯ৰ…

পাৰ্শ্বজ্যোতি গগৈ · July 8, 2020 5:39 pm
Popular Stories

বিশ্ব স্বাস্থ্য সংস্থাৰ স্বীকাৰোক্তি— হয়, বতাহত বিয়পে ক’ৰ’ণা ভাইৰাছ !

বতাহৰ জৰিয়তে  ক’ৰ’ণা ভাইৰাছ বিয়পিব নাযায় বুলি ইমান দিনে বিশ্ব স্বাস্থ্য সংস্থাই কৈ আহিছিল যদিও শেহতীয়াকৈ এই প্ৰসংগত সুৰ সলনি কৰিছে বিশ্বৰ…

এন ই নাও নিউজ · July 8, 2020 2:28 pm
অসম

অসমত দিনটোত দুগৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু

দুগৰাকী ক’ভিড ৰোগীয়ে মঙলবাৰৰ দিনটোত অসমত মৃত্যুক আঁকোৱালি লৈছে। পুৱা কলিয়াবৰৰ এজন ব্যক্তিৰ মৃত্যুৰ পিছত কামৰূপ জিলাৰ দেৱী কাকতি নামৰ এগৰাকী মহিলাই…

কল্পজ্যোতি শইকীয়া · July 7, 2020 11:38 pm
অসম

অসমত নতুনকৈ ক’ভিড মুক্ত ৪৪৭, সক্ৰিয় ৰোগী ৪১৭৬

৪৪৭গৰাকী ব্যক্তি অসমত নতুনকৈ ক’ভিড মুক্ত হৈছে। ইয়াৰে ৩৮৮গৰাকীক মঙলবাৰে আৰু ৫৯গৰাকীক সোমবাৰে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব…

এন ই নাও নিউজ · July 7, 2020 9:28 pm
অসম

ক’ভিড-১৯: অসন্তুষ্ট অসমৰ চিকিৎসক সংস্থা, স্বাস্থ্য মন্ত্ৰীলৈ পত্ৰ

ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ অসম শাখাই ৰাজ্যত ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত চৰকাৰে শেহতীয়াকৈ ঘটোৱা নীতিৰ সালসলনিত ব্যাপক অসন্তুষ্টি প্ৰকাশ কৰিছে। এই সন্দৰ্ভত চিকিৎসক সংস্থাটোৱে…

এন ই নাও নিউজ · July 7, 2020 8:44 pm