Tag: COVID-19
দেশত কৰ’না আক্ৰান্তৰ সংখ্যা প্ৰায় ডেৰ লাখ; ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু
লকডাইন শিথিল কৰি দিয়াৰ পাছৰে পৰা কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পাইছে। দেশত মুঠ আক্ৰান্তৰ সংখ্যা প্ৰায় ডেৰ লাখৰ ওচৰ…
আজি পুনৰ ওলাল ৪৭জন কোভিড-১৯পজিটিভ; ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৫৯৫জনলৈ বৃদ্ধি
ৰাজ্যত ৫৯৫ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত ৪৭ গৰাকীকৈ লোক আক্ৰান্ত হৈছে মাৰাত্মক কোভিড-১৯ত। টুইটাৰযোগে এই কথা উল্লেখ…
কোভিড-১৯ হটস্পষ্টৰূপে ঘোষণা কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ গৃহ জিলাক
কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ গৃহ জিলাক ক’ৰ’না ভাইৰাছৰ হটস্পষ্টৰূপে ঘোষণা কৰা হৈছে। সোমবাৰে ৰাজ্যখনৰ কোভিড-১৯ৰ তথ্যসমূহ পুনৰীক্ষণ কৰাৰ পিছতে এই ঘোষণা কৰে…
ভাৰতত সমস্যাৰ সন্মুখীন হোৱা চীনা লোকক নিজ দেশলৈ উভতাই নিব চীন চৰকাৰে
কোভিড১৯ সংক্ৰমণৰ পৰিপ্ৰেক্ষিত ভাৰতত সমস্যাৰ সন্মুখীন হোৱা চীনা নাগৰিকসকলক চীন চৰকাৰে নিজৰ দেশলৈ উভতাই নিব। সোমবাৰে ভাৰতস্থিত চীনা দূতাবাসে নিজৰ ৱেবচাইটত এক…
হাইড্ৰক্সিক্লৰ’কুইন দৰৱৰ পৰীক্ষাৰ ওপৰত বাধা আৰোপ WHOৰ
কৰ’না মহামাৰীৰ চিকিৎসাৰ বাবে হাইড্ৰক্সিক্লৰ’কুইনৰ পৰীক্ষাৰ ওপৰত বিশ্ব স্বাস্থ্য সংস্থা(WHO)ই বাধা আৰোপ কৰিছে। সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সাময়িকভাৱে ইয়াৰ পৰীক্ষা বন্ধ কৰা…
নতুনকৈ ৯জনৰ দেহত কোভিড-১৯ পজিটিভ; ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৫৪৮জনলৈ বৃদ্ধি
ৰাজ্যত ৫৪৮ লৈ বৃদ্ধি পাইছে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। সোমবাৰে নিশা পুনৰ ৯জন লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে। উক্ত আক্ৰান্ত লোকসকলৰ…
ৰাজ্যত ৫২৬ লৈ বৃদ্ধি ক’ৰ’না ৰোগীৰ সংখ্যা; আজিৰ দিনটোত ১৩৪ গৰাকী আক্ৰান্ত
ৰাজ্যত ৫২৬ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত ১২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে মাৰাত্মক কোভিড-১৯+ ত। ইয়াৰে ৯ গৰাকী…
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ল’ৰা হোষ্টেলসমূহক কৰা হ’ব কোৱাৰেন্টাইন চেন্টাৰ : আৱাসীক আৱাস খালী কৰাৰ নিৰ্দেশ
কোৱাৰেন্টাইন চেন্টাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসসমূহ অধিগ্ৰহন কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ৷ উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেন্টাইন কৰিবলৈ পুনৰ ৰাজ্যত নতুন…
ৰে’ল ভৱনত কোভিড১৯ : দুসপ্তাহৰ ভিতৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে পাঁচজনলৈ
দেশৰ ৰাজধানী ৰে’ল ভৱনত কৰ্মৰত আৰু এজন ব্যক্তিৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে। ইয়াৰ লগে লগে ভাৰতীয় ৰে’ল বিভাগৰ মুখ্য কাৰ্যালয়ত যোৱা…
জন্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল জি চি মুৰ্মুৰ উপদেষ্টাৰ পত্নী-পুত্ৰৰ শৰীৰত কোভিড১৯
জন্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল জি চি মুৰ্মুৰ এগৰাকী উপদেষ্টাৰ পত্নী আৰু পুত্ৰৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে। সোমবাৰে এক চৰকাৰী সূত্ৰই এই…