Tag: COVID19
ক’ৰ’না ভাইৰাছৰ সংক্রমণ প্ৰতিৰােধৰ বাবে বােকাখাতত সতৰ্কতামূলক ব্যৱস্থা
কৰ’না ভাইৰাছৰ সংক্রমন প্ৰতিৰোধ কৰিবৰ বাবে বোকাখাত মহকুমা প্রশাসনে কেতবোৰ সতর্কতামূলক ব্যৱস্থা হাতত লৈছে। এতিয়ালৈকে মহকুমাটোত ৪০০তকৈ অধিক সন্দেহজনক ব্যক্তিক ঘৰৰ ভিতৰত ৰাখি…
ক’ৰ’নাতংক; স্বাস্থ্য পৰীক্ষা কৰিবলৈ খবৰ দিয়া লোকক হত্যাৰ চেষ্টা শ্ৰমিক পৰিয়ালৰ
দেশত ক’ৰ’না ভাইৰাছে ক্ৰমশঃ নৰ সংহাৰীৰূপ ধাৰণ কৰিছে। ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশত ২১ দিনীয়া ল’কডাউন ঘোষণা কৰাৰ পিছতে দেশৰ বিভিন্ন মহানগৰৰ নিৰ্মাণ…
অসমত বুধবাৰে ৭৯টা লকডাউন উলংঘনৰ ঘটনা, ১১৪ জনক গ্ৰেপ্তাৰ
অসমত বুধবাৰে চাৰি বজালৈকে ৭৯টা লকডাউন উলংঘনৰ ঘটনা ঘটিছে আৰু ১১৪ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। দিনটোত মুঠ ১৩খন এজাহাৰ পঞ্জীয়ন কৰা…
COVID-19ৰ পৰা মুক্ত নিজামুদ্দিনৰ জামাতত অংশ লোৱা ডিব্ৰুগড়ৰ লোককেইজন
দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ জামাতত অংশগ্ৰহণ কৰা সংক্ৰান্ত মঙলবাৰে ডিব্ৰুগড়ৰ ২৭জন ব্যক্তিৰ পৰা সংগ্ৰহ কৰা নমুনাত COVID-19 ধৰা পৰা নায়। ডিব্ৰুগড়ৰ স্বাস্থ্য সেৱাৰ…
১৫৬ টকাত কৰ’না কেয়াৰ বীমা ঘোষণা
ডিজিটেল পেমেণ্ট কোম্পানি ফোনপেই (PhonePe) বাজাজ আলিয়াঞ্জ জেনেৰেল ইনচুৰেন্সৰ সৈতে লগ লাগি কৰ’না কেয়াৰ নামৰ এক বীমা আঁচনি মুকলি কৰিছে। ১৫৬ টকা…
এজন লোকৰ অসাৱধানতাৰ বাবে জয়পুৰৰ এটা পৰিয়ালৰ ১১ জনকৈ লোক আক্ৰান্ত ক’ৰ’নাত
ৰাজস্থানৰ জয়পুৰৰ এটা পৰিয়ালৰ ১১ জনকৈ লোক আক্ৰান্ত হৈছে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ দ্বাৰা। যোৱা ১২ মাৰ্চত ওমানৰ পৰা আহি দিল্লী বিমান বন্দৰত…
লকডাউন: অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ প্ৰধান মন্ত্ৰীলৈ চিঠি
লকডাউনৰ সময়ত অসম চৰকাৰে ৰাজধৰ্ম পালন নকৰা বুলি অভিযোগেৰে অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে।…
ক’ৰ’নাতংক; এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানেৰে চীনৰ পৰা ভাৰতে আমদানি কৰিব চিকিৎসা সামগ্ৰী
দেশত ক’ৰ’না ভাইৰাছে নৰ সংহাৰ চলাই থকা পৰতে ভাৰতে চীনৰ পৰা ক’ৰ’না ভাইৰাছৰ চিকিৎসাৰ বাবে চীনৰ পৰা বিভিন্ন চিকিৎসা সামগ্ৰী আমদানি কৰিব।…
ক’ৰ’না ভাইৰাছ : অসম চৰকাৰক অধিক সতৰ্ক হোৱাৰ আহ্বান সমুজ্জ্বল ভট্টাচাৰ্য্যৰ
ক’ৰ’না ভাইৰাচক লৈ উদ্বিগ্ন সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য। নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভট্টাচাৰ্য্যই। অসমত ‘পজিটিভ…
চিকিৎসা সেৱাত নিয়োজিতসলক WHO ৰ সতৰ্ক বাণী; বতাহতো জী থাকে COVID19!
ক’ৰ’না ভাইৰাছত আক্ৰান্তসকলৰ চিকিৎসাত নিয়োজিত চিকিৎসা কৰ্মীসকসক সতৰ্ক কৰি WHO এ কৈছে যে বতাহৰ দ্বাৰাও সংক্ৰমণ ঘটে COVID19। সমগ্ৰ বিশ্বতে নৰ সংহাৰী…