Tag: নিৰ্বাচন ২০১৯
প্ৰদ্যুত বৰদলৈৰ মতে বিজেপি ধৰ্মীয় মেৰুকৰণত সফল হৈছে
নগাওঁ লোকসভা সমষ্টিৰ বিজয়ী প্ৰদ্যুত বৰদলৈৰ মতে বিজেপিয়ে সদ্যসমাপ্ত নিৰ্বাচনটোত ধৰ্মীয় মেৰুকৰণৰ চলাইছিল আৰু এইক্ষেত্ৰত তেওঁলোক সফলো হৈছে। দেওবাৰে গুৱাহাটীৰ হোটেল অম্বৰীশত…
হিমন্ত বিশ্ব শৰ্মাই মোদী চৰকাৰৰ কেবিনেটত স্থান লাভ কৰাৰ সম্ভাৱনা
উত্তৰ-পূবত এন দি এ’ৰ বিপুল বিজয়ৰ পিছত অঞ্চলটোৰ পৰা পূৰ্বতকৈ অধিক মন্ত্ৰিত্বৰ আশা বৃদ্ধি পাইছে। ১৬সংখ্যক লোকসভা ভংগ কৰাৰ বাবে প্ৰধান মন্ত্ৰী…
অসমৰ পৰৱৰ্তী সাংসদসকল ||লোকসভা নিৰ্বাচন ২০১৯
লোকসভা নিৰ্বাচন ২০১৯ত সমগ্ৰ দেশৰ লগতে অসমতো অভূতপূৰ্ব সাফল্যৰে বিজেপিয়ে অধিকাংশ সাংসদ পদ দখল কৰিবলৈ সক্ষম হয়। অসমত বিজেপিয়ে ৯খন আসন লাভ কৰাৰ…
ভানুৰ আদৰ্শ|| পৰাজিত হ’লেও কামত সহায় কৰিব পল্লৱলোচনক [Video]
তেজপুৰ লোকসভা সমষ্টিত পৰাজয় স্বীকাৰ কৰি কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে ঘোষণা কৰিছে যে নিশ্চিত বিজয়ৰ দিশে আগবঢ়া পল্লৱ লোচন…
“চকীদাৰ” ত্যাগ প্ৰধান মন্ত্ৰী মোদীৰ, একে পথ ল’বলৈ সকলোকে আহ্বান
বিজেপিয়ে লোকসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ আগবঢ়াৰ মুহূৰ্ততে টুইটাৰত নিজৰ নামৰ আগৰ পৰা “চকীদাৰ” অভিধা ত্যাগ কৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।…
ভয় ভয় লাগি আছিল, এতিয়াহে নাচিব ৰঞ্জিত দাসে
লোকসভা নিৰ্বাচনৰ প্ৰচাৰত জনপ্ৰিয় হোৱা “আকৌ এবাৰ মোদী চৰকাৰ” শীৰ্ষক গীতত নাচিবলৈ কিছু সংকোচ কৰিছিল অসম বিজেপিৰ ৰঞ্জিত দাসে। পিছে এতিয়া নাচিব…
গে’ম অৱ থ্ৰ’নচ! বিজেপিৰ সমীক্ষাত নিশ্চিহ্ন অগপ-বিপিএফ
“মিত্ৰজোঁট (অগপ-বিপিএফ)ৰ চাৰিখন আসনৰ এখনো লাভ কৰাৰ সম্ভাৱনা নাই।” দেশৰ সাধাৰণ নিৰ্বাচনৰ ফলাফললৈ তিনিদিন থকা অৱস্থাত দেওবাৰে সংবাদমেলযোগে এই মন্তব্য ৰঞ্জিত দাসৰ।…
পশ্চিমবংগত ভয়ানক আক্ৰমণৰ মুখত হিমন্ত বিশ্ব: কঠোৰ গৰিহণা সোণোৱালৰ
পশ্চিমবংগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰত মঙলবাৰে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত হোৱা ভয়ানক আক্ৰমণক তীব্ৰ গৰিহণা দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ঘটনাটোৰ উচিত তদন্ত…
আচৰিত নহ’ব, অগপই আচলতে তিনিটা ছীটতো নিৰ্বাচন খেলিব খোজা নাছিল!
চলিত লোকসভা নিৰ্বাচনত বিজেপিয়ে মিত্ৰ অগপক কম আসন দি ঠগা বুলি আঞ্চলিক দলটোৰ বহু সমৰ্থকে ক্ষোভ প্ৰকাশ কৰিলেও, এক বিপৰীত ছবিহে মঙলবাৰে…
কোকৰাঝাৰ-ধুবুৰী লোকসভা সমষ্টিৰ ৭ টাকৈ ভোট কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া
দুটাকৈ লোকসভা সমষ্টি ক্ৰমে কোকৰাঝা আৰু ধুবুৰীৰ ৭ ভোটকেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিজনী বিধানসভাৰ…