NORTHEAST NOW (Assamese)

Tag: নিৰ্বাচন ২০১৯

অসম

প্ৰথম পৰ্য্যায়ত ৰাজ্যত ভোটদানৰ হাৰ ৭৮.২৩ শতাংশ; কলিয়াবৰত সৰ্বাধিক হাৰ

দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ২০খন ৰাজ্যৰ ৯১টা সমষ্টিত। অসমতো পাঁচটা সমষ্টি ক্ৰমে তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু…

কল্পজ্যোতি শইকীয়া · April 12, 2019 7:40 pm
অসম

দেশৰ ভিতৰতে উত্তৰ-পূবৰ ভোটদানৰ হাৰ সৰ্বাধিক, ত্ৰিপুৰাই গঢ়িলে অভিলেখ

বৃহস্পতিবাৰে দেশত অনুষ্ঠিত হোৱা সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ হৈছিল ২০ খন ৰাজ্যৰ ৯১ টা সমষ্টিত। আটাইকেইখন ৰাজ্যত ভোটদানৰ হাৰলৈ লক্ষ্য…

কল্পজ্যোতি শইকীয়া · April 12, 2019 7:39 pm
অসম

হিমন্ত বিশ্বৰ দুৰ্গত আঘাত হনাৰ যুঁজত কংগ্ৰেছৰ সেনাপতি হ’ব ভানু

বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ সামৰণি পৰিল। অসমতো পাঁচটা লোকসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ গ’ল। এতিয়া ৰাজনৈতিক দলবোৰে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ…

এন ই নাও নিউজ · April 12, 2019 6:51 pm
অসম

ছিৰাজুল আলম লস্কৰ বিজেপিলৈ

শিলচৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণলৈ মাত্ৰ কেইটামান দিন থকা অৱস্থাত শুকুৰবাৰে বিজেপিত যোগদান কৰিছে কাছাৰ জিলা কংগ্ৰেছৰ প্রশাসনিক সাধাৰণ সম্পাদক ছিৰাজুল আলম লস্কৰে।…

এন ই নাও নিউজ · April 12, 2019 6:49 pm
অসম

ইলেকট’ৰেল বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলবোৰে গ্ৰহণ কৰা বৰঙণিৰ বিশদ তথ্য দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে সকলোবোৰ ৰাজনৈতিক দলকে তেওঁলোকে ইলেকট’ৰেল বণ্ডৰ জৰিয়তে গ্ৰহণ কৰা বৰঙণিৰ বিশদ তথ্য ভাৰতৰ নিৰ্বাচন আয়োগক দাখিল কৰাৰ বাবে নিৰ্দেশ…

এন ই নাও নিউজ · April 12, 2019 5:17 pm
অৰুণাচল

ভোটাধিকাৰ সাব্যস্ত চীন সীমান্তৰ ভোটকেন্দ্ৰৰ একমাত্ৰ ভোটাৰৰ; নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দলক প্ৰশংসা

অৰুণাচল প্ৰদেশত কালি হৈ যোৱা লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনৰ এটা ব্যতিক্ৰম কাহিনীয়ে দৃষ্টি কাঢ়িছে সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়া য়ুজাৰৰ। মাত্ৰ এগৰাকী…

দুৰ্লভ গগৈ · April 12, 2019 4:57 pm
অসম

লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বোকাখাত বিধানসভা সমষ্টিত ভোটদানৰ হাৰ ৭৮.২৬ শতাংশ

লোকসভা নিৰ্বাচনত ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ বোকাখাত বিধানসভা সমষ্টিত ১১ এপ্ৰিলৰ দিনা শতকৰা ৭৮.২৬ শতাংশ ভোটাৰে ভোটদান কৰে ৷ সমষ্টিটোত মুঠ…

উত্তম শইকীয়া · April 12, 2019 3:43 pm
অসম

পাঁচলাখ সংখ্যালঘু ভোটাৰে নিৰ্ণয় কৰিব মঙলদৈৰ পৰৱৰ্তী সাংসদ

বৃহস্পতিবাৰে অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰাৰ পিছত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া সমষ্টি…

চাজিদ খান · April 12, 2019 12:02 pm
অসম

শিৱসাগৰৰ থাওৰা সমষ্টিত সৰ্বাধিক ৮১ শতাংশ ভোটদান

বৃহস্পতিবাৰে দেশৰ ৯১ টা লোকসভা সমষ্টিৰ লগতে অসমৰ পাঁচটা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। অসমৰ যেৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ  জিলাৰ তিনিটা…

পাৰ্শ্বজ্যোতি গগৈ · April 12, 2019 11:25 am
অসম

প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত মণিপুৰত অভিলেখ সংখ্যক ৭৮.২০ শতাংশ ভোটদান

বৃহস্পতিবাৰে দেশত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত মণিপুৰত অভিলেখ সংখ্যক ৭৮.২০ শতাংশ ভোটদান সম্পন্ন হয়। দেশৰ ৯০ খন আসনৰ লগতে…

এন ই নাও নিউজ · April 12, 2019 9:34 am