Tag: নিৰ্বাচন ২০১৯
মহন্ত নহয় অতুল বৰাহে দলৰ নেতা, অগপৰ অন্তৰ্কলহ উদঙাই মন্তব্য ফণীভূষণৰ
বিজেপিৰ সৈতে পুনৰ মিত্ৰতাক লৈ অগপত চলা অভ্যন্তৰীণ দ্বন্দ্ব উদঙাই প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিৱৰ্তে বৰ্তমানৰ সভাপতি অতুল…
কংগ্রেছ-এআইয়ুডিএফৰ পৰা টকা লোৱাৰ অভিযোগ অস্বীকাৰ : পুনৰ বিজেপিক ভোট নিদিবলৈ আহ্বান অখিল গগৈৰ
কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ পৰা টকা লোৱাৰ অভিযোগ অস্বীকাৰ কৰিছে কৃষক নেতা অখিল গগৈয়ে। দেওবাৰে নিজ বাসগৃহত সংবাদমেল অনুষ্ঠিত…
শিৱসাগৰত ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ‘ৱাক ফৰ ভোট’
১১ এপ্ৰিলত অনুষ্ঠিত হ’ব লগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে নিৰ্বাচন আয়োগে হাতত লৈছে বিভিন্ন কাৰ্যসূচী। আজি শিৱসাগৰ জিলা…
লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ আক্ৰমণৰ ঘটনা; মুঠ ৯ জনক আটক
চিলাপথাৰত শুকুৰবাৰে সন্ধিয়া লখিমপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বুঢ়া গোহাঁইৰ বাহনত চলোৱা আক্ৰমণৰ ঘটনাৰ লগত জড়িত আন ৪ জনকৈ আক্ৰমণকাৰীয়ে শনিবাৰে অৰ্থাৎ…
বদৰুদ্দিনৰ লগত কংগ্ৰেছে মিত্ৰতা কৰি নিৰাপত্তাৰ প্রতি ভাবুকি কঢ়িয়াইছে : যোগী আদিত্য নাথ
বদৰুদ্দিন আজমলৰ লগত কংগ্ৰেছে মিত্ৰতা কৰি নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াইছে। এইদৰে অভিযোগ কৰে হোজাইত শনিবাৰে এক নিৰ্বাচনী ভাষণত উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী…
তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ ভেটী দুৰ্বল, গুৱাহাটীতে দুই এখন সংবাদমেল পাতি চলি থাকে : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই আজি ডুমডুমা আৰু টীয়কত উপস্থিত…
মাৰ্ঘেৰিটাত কংগ্ৰেছ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰৰ মাৰাথন নিৰ্বাচনী সভা
বছৰি দেশৰ দুই লাখ নিবনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়া মিছলীয়া নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত লাখ লাখ লোক চাকৰিহে হেৰুৱাবলগীয়াত পৰিল৷ এই…
ৰকিৰ সমষ্টিত হিমন্ত।। আজমলৰ নাম লৈ তৰুণ গগৈক আক্ৰমণ
“আমি ৰাজনীতিৰ পৰিভাষা সলোৱা নাই, আমি নিৰ্বাচনত নিজিকিলেও আমাৰ গাত শেষ বিন্দু তেজ থকালৈকে বদৰুউদ্দিনৰ লগত মিতিৰালি নকৰো”৷ এই মন্তব্য নেডাৰ আহ্বায়ক…
অৰুণাচল প্ৰদেশত পৰিল লোকসভা নিৰ্বাচনৰ প্ৰথমটো ভোট
শুকুৰবাৰে অসমৰ চুবুৰীয়া অৰুণাচল প্ৰদেশত পৰিছে লোকসভা নিৰ্বাচনৰ প্ৰথমটো ভোট। বাতৰি মতে, ইন্দ’ তিবেতান ব’ৰ্দাৰ পুলিচৰ সঞ্চালকপ্ৰধান চুধাকৰ নটৰাজনে ৰাজ্যখনৰ লোহিতপুৰস্থিত এনিমেল…
CAB সমৰ্থনেৰে বিজেপিত যোগ দিয়েই ১৮০ ডিগ্ৰীৰ পাক ছাত্ৰ নেতাৰ; টকা লোৱাৰ অভিযোগ আনিলে অখিল গগৈৰ বিৰুদ্ধে
নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ছাত্ৰ মুক্তিত থকাৰ সময়ত বিজেপিৰ বিৰুদ্ধে, মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে সংবাদমেলত বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰা…