Tag: নিৰ্বাচন ২০১৯
ত্ৰিপুৰাত আই পি এফ টিৰ ৪ শতাধিক সদস্যৰ কংগ্ৰেছত যোগদান
আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি থকা অৱস্থাতে ত্ৰিপুৰাত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ মিত্ৰদল আই পি এফ টিত মোক্ষম আঘাত হানি…
মোদী চৰকাৰৰ বিপৰীতে প্ৰয়োজন এখন ধৰ্ম নিৰপেক্ষ চৰকাৰ : চি পি আই
৩ এপ্ৰিল অৰ্থাৎ বুধবাৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টী চমুকৈ চি পি আইৰ ৰাজ্যিক কাৰ্য্যালয়ত মুকলি কৰা হয় নিৰ্বাচনী ইস্তাহাৰ। দলটোৱে সমগ্ৰ দেশৰ বাবে…
লোকসভা সমষ্টিৰ নিৰ্বাচনী তথ্য : কলিয়াবৰ লোকসভা সমষ্টি
গোলাঘাট জিলাৰ সম্পূৰ্ণ অংশ আৰু নগাওঁ জিলাৰ একাংশ সামৰি গঠন হৈছে ১১ নম্বৰ কলিয়াবৰ লোকসভা সমষ্টি। এই সমষ্টিটো অসংৰক্ষিত। নিৰ্বাচন আয়োগে দিয়া…
বোকাখাতত ৰাহুল।। “গৃহীত হ’বলৈ নিদিওঁ নাগৰিকত্ব বিধেয়ক”
বিজেপিৰ বিৰুদ্ধে “আদৰ্শৰ যুদ্ধ” দোহাৰি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে বুধবাৰে বোকাখাতত অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়াৰ ব্যাপক বিৰোধৰ সন্মুখীন হোৱা নাগৰিকত্ব বিধেয়ক গৃহীত…
বৰপেটাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল
বৰপেটা লোকসভা সমষ্টিত আজি কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ প্ৰথমে অগপ, বি পি এফ আৰু বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী কুমাৰ দীপক…
ভোট কাক দিব? স্পষ্টীকৰণ প্ৰফুল্ল মহন্তৰ
প্ৰফুল্ল কুমাৰ মহন্তই আসন্ন লোকসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন কৰা বুলি একাংশ সংবাদ মাধ্যম প্ৰচাৰিত বাতৰি খণ্ডন কৰি বিষয়টো সন্দৰ্ভত বুধবাৰে স্পষ্টীকৰণ দিছে…
কোকৰাঝাৰত কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাৰ মনোনয়ন দাখিল
আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাই সদল বলে গৈ কোকৰাঝাৰ নিৰ্বাচনী ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ…
‘মই ৫ বছৰত ৩০ বাৰ উত্তৰ-পূৱলৈ আহিছো; কংগ্ৰেছৰ ৭০ বছৰত প্ৰধান মন্ত্ৰী কিমানবাৰ উত্তৰ-পূৱলৈ আহিছিল?’
আজি অৰুণাচলৰ পাচিঘাটত বিশাল জনসভাত অংশগ্ৰহণ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। পাচিঘাটৰ নিৰ্বাচনী সভাত কংগ্ৰেছক সমালোচনাৰে তুলাধূনা দিয়ে মোডীয়ে। সভাত প্ৰধান মন্ত্ৰীগৰাকীয়ে…
লোকসভা নিৰ্বাচন: মোৰ ভোট অগপ-বিজেপিৰ বিৰুদ্ধে
ভোট দিম বুলি পাঙি আছিলো আঞ্চলিকতাবাদ-জাতীয়তাবাদৰ নামাৱলী পিন্ধি জাতিধ্বংসী ‘কেব’ৰ বিৰোধিতাত শংখনিনাদ কৰি তাৰ উৎকট সমৰ্থক বিজেপিৰে মিত্ৰতা ভংগ কৰা অগপক। পিছে,…
ঘোঁৰাত উঠি মূলাগাভৰুৰ বেশত আহি মনোনয়ন দাখিল জোনমণি দেৱী খাউণ্ডৰ
ঘোঁৰাত উঠি বীৰাংগনাৰ সাজেৰে আজি মনোনয়ন পত্ৰ দাখিল কৰে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডে। সহস্ৰাধিক সমৰ্থকৰ সৈতে শৰাইঘাট দলঙৰ…