Tag: নিৰ্বাচন ২০১৯
ৰাজেন গোহাঁইৰ গোচৰ যৌন কেলেংকাৰিৰ বাতৰি প্ৰচাৰ কৰা চেনেলৰ বিৰুদ্ধে ||Video||
গোচৰীয়াৰ সৈতে বুজাবুজি কৰি যৌন কেলেংকাৰিৰ গোচৰৰ পৰা মুক্তি পালেও ইতিমধ্যে ৰাজনৈতিক কেৰিয়াৰত অপূৰণীয় ক্ষতিৰ সন্মুখীন হোৱা ৰে’ল ৰাজ্যিক মন্ত্ৰী তথা নগাওঁ…
পৰিয়ালসহ ভোটদান কৰি উৎফুল্লিত ৰাজ্যৰ দুই ‘হাৰ্ট থ্ৰ’ব’
ৰাজ্যত আজি অনুষ্ঠিত তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত গুৱাহাটী লোকসভা সমষ্টিত আনৰ লগতে ভোটাধিকাৰ সাব্যস্ত কৰিলে অসমৰ দুই জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ আৰু অংগৰাগ…
গুৱাহাটীত ভোটাধিকাৰ সাব্যস্ত প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং আৰু পত্নী গুৰচৰণ কৌৰৰ
ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আজি দিল্লীৰ পৰা গুৱাহাটী পায়হি অসমৰ দুজন বিশিষ্ট ভোটাৰ- প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং আৰু তেওঁৰ পত্নী গুৰচৰণ কৌৰ।…
ই ভি এমত বিসংগতি থকাৰ গুৰুতৰ অভিযোগ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাৰ
ই ভি এম প্ৰক্ৰিয়াত বিসংগতি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই। মহানগৰীৰ ১৫৫ নং লাচিত নগৰ…
কোকৰাঝাৰ সমষ্টিত ৰঞ্জিত দাস আৰু নৱ কুমাৰ শৰণীয়াৰ ভোটদান
লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত আজি ভোটাধিকাৰ সাব্যস্ত কৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। ৰাতিপুৱাই দাসে সপৰিয়ালে বৰপেটা ৰ’ডৰ গোপীনাথ বৰদলৈ…
ভোটাৰৰ সৈতে শাৰী পাতি ভোট দিলে গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই
মঙলবাৰে পুৱাই ভোট দিবলৈ গুৱাহাটীৰ বামুনীমৈদামৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয়স্থিত ভোটকেন্দ্ৰলৈ পৰিয়াল সহিতে আহিল গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা। উপস্থিত ভোটাৰৰ সৈতে…
এই পৰ্যন্ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ ১২.৩৬ শতাংশ
ৰাজ্যৰ ৪টা লোকসভা সমষ্টিত বৰ্তমান চলি থকা তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত এই পৰ্যন্ত ১২.৩৬ শতাংশ ভোটাৰে ভোটদান কৰিছে। উল্লেখযোগ্য যে আজি পুৱা ৭…
অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ভোটদান : প্ৰাৰ্থীসকললৈ ভাল কাম কৰাৰ বাবে অনুৰোধ অভিনেত্ৰীগৰাকীৰ
ৰাজ্যত আজি অনুষ্ঠিত হৈ থকা তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত গুৱাহাটী লোকসভা সমষ্টিত ভোটদান কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই। দিঘলীয়া শাৰী পাতি ১২৬…
কৰিমগঞ্জ আৰু স্বায়ত্ত শাসিত জিলা লোকসভা সমষ্টিৰ নিৰ্ধাৰিত ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ
ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে ১নং কৰিমগঞ্জ (অনুসুচিত জাতি) আৰু ৩ নং স্বায়ত্তশাসিত জিলা (অনুসুচিত জনজাতি) লোকসভা সমষ্টিৰ অন্তৰ্গত কেইটামান ভোটগ্ৰহণ কেন্দ্ৰত…
বিপুল ভোটত জয়ী হ’ম : ভোটদান কৰি এই মন্তব্য গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ
আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজ্যৰ চাৰিটা সমষ্টিৰ ৰাইজে নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিবলৈ কেন্দ্ৰ সমূহলৈ ওলাই অহা পৰিলক্ষিত…