NORTHEAST NOW (Assamese)

Tag: নিৰ্বাচন ২০১৯

অসম

সাধাৰণ সম্পাদক, উপ-সভাপতিক আক্ৰাছুৰ পৰা নিলম্বন

আক্ৰাছুৰ সাধাৰণ সম্পাদক গকুল বৰ্মন আৰু উপ-সভাপতি মুকুল বৰুৱাক আক্ৰাছুৰ পৰা নিলম্বন কৰে।এই কথা শনিবাৰে কোকৰাঝাৰ কালিপুখুৰীৰ আক্ৰাছুৰ আঞ্চলিক কাৰ্যালয়ত এক সংবাদমেল…

এন ই নাও নিউজ · April 21, 2019 12:21 pm
অসম

তৃতীয় পৰ্যায়ৰ ৫৪জন প্ৰাৰ্থীৰ ৮ জনৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

অসমত লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। বৰপেটা, ধুবুৰী, গুৱাহাটী আৰু কোকৰাঝাৰ এই চাৰিটা লোকসভা সমষ্টিত হ’ব লগা অন্তিম…

এন ই নাও নিউজ · April 21, 2019 10:36 am
অসম

সহানুভূতি আদায়ৰ বাবে নৰেন্দ্ৰ মোদীয়ে নিজকে চাহ বিক্ৰী কৰা বুলি কৈছিল, মোদী মিছলীয়া : ৰিপুন বৰা

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা শিলচৰৰ সাংসদ সুস্মিতা দেবে শনিবাৰে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী…

এন ই নাও নিউজ · April 21, 2019 10:34 am
অসম

হিমন্ত বিশ্বৰ সমষ্টিৰ শুৱালকুছিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভানুলৈ শিল নিক্ষেপ

লোকসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ হৈ পৰাৰ সময়তে শনিবাৰে সন্ধিয়া শুৱালকুছিৰ এখন নিৰ্বাচনী সভাত প্ৰাক্তন আমোলা তথা কংগ্ৰেছ নেতা…

এন ই নাও নিউজ · April 21, 2019 9:20 am
অসম

অট’ৰিক্সা চলাওঁ আমি দুয়ো ভাই : মহানগৰীৰ ৰাজপথত অট’চালকৰ ৰূপত উপমন্যু হাজৰিকা

ৰাজ্যৰ তৃতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ কাইলৈ অন্তিম দিন, সেয়েহে প্ৰাৰ্থীসকলৰ প্ৰচাৰ তুংগত উঠিছে। ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ প্ৰয়োগ কৰিছে ন-ন কৌশল।…

কল্পজ্যোতি শইকীয়া · April 20, 2019 10:27 pm
অসম

গুৱাহাটীত পত্নীসহ ভোট দিব প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙে

অহা ২৩ এপ্ৰিলত দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং আৰু পত্নী গুৰচৰণ কৌৰে গুৱাহাটীত কৰিব লোকসভা নিৰ্বাচনৰ ভোটদান। প্ৰদেশ কংগ্ৰেছৰ এজন জ্যেষ্ঠ…

অনুপ শৰ্মা · April 20, 2019 9:29 pm
অসম

বিজেপি চৰকাৰৰ নেতৃত্বত দেশত গণতন্ত্ৰক হত্যা কৰাৰ প্ৰচেষ্টা চলিছে : মানিক সৰকাৰ

‘’বিজেপি চৰকাৰৰ নেতৃত্বত দেশত গণতন্ত্ৰক হত্যা কৰাৰ প্ৰচেষ্টা চলিছে।‘’প্ৰচণ্ড শিলাবৃষ্টি আৰু ধাৰাসাৰ বৰষুণৰ মাজতো বাক্সাৰ ৰাঙাচাত আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ চিপিআই(এম) প্ৰাৰ্থী…

এন ই নাও নিউজ · April 20, 2019 9:19 pm
অৰুণাচল

অৰুণাচলৰ লংডিঙত শান্তিপূৰ্ণ পুনৰ ভোটগ্ৰহণ, মুকলি এন পি পিৰ অপহৃত কৰ্মী

এন এছ চি এন (কে)ই অপহৰণ কৰা বুলি অভিযোগ উঠা অৰুণাচল প্ৰদেশৰ লংডিঙৰ এন পি পি কৰ্মী দুগৰাকীয়ে মুক্তি লাভ কৰিছে আৰু…

মানস প্ৰতিম গগৈ · April 20, 2019 8:14 pm
অসম

হিমন্ত বিশ্বৰ ‘সাম্প্ৰদায়িক’ মন্তব্যৰ বিৰুদ্ধে মুখ্য নিৰ্বাচনী আয়ুক্তলৈ পত্ৰ বিৰোধী দলপতিৰ

কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়াই বিজেপি নেতা তথা ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ‘সাম্প্ৰদায়িক’ মন্তব্যৰ বিৰুদ্ধে দেশৰ মুখ্য…

এন ই নাও নিউজ · April 20, 2019 8:04 pm
অসম

সোণোৱালৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাষ চাপিব কংগ্ৰেছ, ঘোষণা তৰুণ গগৈৰ

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাষ চাপিব কংগ্ৰেছ। গুৱাহাটীত শনিবাৰে এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী…

অনিৰ্বাণ পাঠক · April 20, 2019 5:09 pm