Tag: নিৰ্বাচন ২০১৯
উন্নয়নৰ পৰিৱৰ্তে কংগ্ৰেছে কেৱল দুৰ্নীতিহে কৰিলে :মুখ্য মন্ত্ৰী সোণোৱাল
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোৱালপাৰাৰ এখন নিৰ্বাচনী সভাত কংগ্ৰেছক প্ৰায় ‘শক্তিহীন’ বুলি অভিহিত কৰি কংগ্ৰেছক ইয়াৰ ‘অপশাসনৰ’ বাবে তীব্ৰ সমালোচনা কৰে। ‘’কংগ্ৰেছে…
প্ৰত্যেক ভোটাৰলৈ গুৱাহাটীত ফ্ৰী সেৱা ৰেপিদ’ৰ, বাতৰিটোত ক্লিক কৰি লওক অ’ফাৰ
ভাৰতৰ বৃহৎ বাইক টেক্সি এপ ৰেপিদ’ই সমাগত লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনা গুৱাহাটী সমষ্টিৰ ভোটাৰসকললৈ আগবঢ়াইছে বিনামূলীয়া বাইক ৰাইড। অ’ফাৰটো পাবলৈ ইয়াত…
আবেলি তিনি বজালৈকে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ ৬০.৩৮ শতাংশ
আজি লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ পাঁচটা সমষ্টিত আবেলি তিনি বজালৈকে ভোটদানৰ হাৰ ৬০.৩৮ শতাংশ হৈছে। আবেলি পাঁচ বজালৈকে ভোটদান চলিবলগীয়া দ্বিতীয়…
অখিল গগৈয়ে যাকে সমৰ্থন কৰে, সিয়ে পৰাজয় বৰণ কৰে: ৰূপম গোস্বামী
“অখিল গগৈয়ে যাকে সমৰ্থন কৰে, সিয়ে পৰাজয় বৰণ কৰে। তেওঁ পেছাদাৰী আন্দোলনকাৰী।” অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে…
হোজাইত আজমল আৰু শিলচৰত সুস্মিতা দেৱৰ ভোটাধিকাৰ সাব্যস্ত
লোকসভা নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা ৫ টা সমষ্টিৰ ৰাইজে নিজৰ গণতন্ত অধিকাৰ সাবস্ত্য কৰিবলৈ পুৱাই ওলাই অহা দেখা গৈছে।…
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণক লৈ যথেষ্ট আশাবাদী কংগ্ৰেছ
আজি ৰাজ্যৰ ৫টা লোকসভা সমষ্টিত চলি থকা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণক লৈ যথেষ্ট আশাবাদী কংগ্ৰেছ দল। গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ…
বিকল ই ভি এম, ডিমা হাচাওত বিলম্ব ভোটদান প্ৰক্ৰিয়া
লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকা স্বায়ত্তশাসিত জিলা সমষ্টিৰ অন্তৰ্গত ডিমা হাচাওৰ কেইবাটাও কেন্দ্ৰত আজি ই ভি এম বিকল হোৱাত পলমকৈ আৰম্ভ…
লোকসভা নিৰ্বাচন : ৰাজ্যৰ ৫টা সমষ্টিত দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ আৰম্ভ
ৰাজ্যৰ ৫ টা লোকসভা সমষ্টি ক্ৰমে মঙলদৈ, নগাঁও, স্বায়ত্তশাসিত জিলা, কৰিমগঞ্জ আৰু শিলচৰত আজি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। ৫টা…
বিজেপিত যোগ দিয়ক, নগদ ৬০ হাজাৰ টকাকৈ লওক! ন-গেৰুৱা “হিৰণ্য পাঠৰি”ৰ Video
বিজেপিত যোগদান কৰিলেই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যক হিৰণ্য পাঠৰিয়ে বিজেপিৰ পৰা উলিয়াই দিব ৫০ৰ পৰা ৬০ হাজাৰ টকা। অভিযোগমতে সংগঠনটোৰ পৰা…
নিকৃষ্ট ৰাজনীতি কৰি কংগ্ৰেছে বহু নিৰীহ লোকক মৃত্যু মুখলৈ ঠেলি দিছিল : মুখ্য মন্ত্ৰী সোণোৱাল
চিৰাঙৰ বিজনী আৰু বাসুগাঁৱত আজি মুখ্য মন্ত্ৰী সৰ্বান্দ সোণোৱালে বিপিএফৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁৰ…