দেশ চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী চিকিৎসকে
হাৰিয়ানাৰ এখন চৰকাৰী চিকিৎসালয়ত ধৰা পৰিল ভুৱা হৃদৰোগ বিশেষজ্ঞ। আন এজন হৃদৰোগ বিশেষজ্ঞৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে অভিযুক্তৰ ওপৰত।…
এন ই নাও নিউজ, গুৱাহাটী · June 8, 2025 1:57 pm