NORTHEAST NOW (Assamese)
অসম

অসম চৰকাৰৰ ৰাজ্যিক শিক্ষক বঁটা ২০২৫ ঘোষণা : জানো আহক কৃতি শিক্ষকসকলৰ নাম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 4, 2025 4:34 pm
অসম চৰকাৰৰ ৰাজ্যিক শিক্ষক বঁটা ২০২৫ ঘোষণা : জানো আহক কৃতি শিক্ষকসকলৰ নাম

বুধবাৰে অসমৰ শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে ৰাজ্যিক শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত শিক্ষকসকলৰ নামৰ তালিকা ঘোষণা কৰে।

এক্সত পেগুৱে বিজয়ীসকলক অভিনন্দন জনাই লিখিছে, “২০২৫ চনৰ ৰাজ্যিক শিক্ষক বঁটা প্ৰাপক সকললৈ অভিনন্দন। যুৱ মন গঢ় দিয়াৰ প্ৰতি আপোনালোকৰ নিষ্ঠা আৰু দায়বদ্ধতাই সমাজখনক সঁচাকৈয়ে অনুপ্ৰাণিত কৰে।

প্ৰাথমিক শিক্ষাৰ বঁটাপ্ৰাপক সকলৰ তালিকা –

ডিব্ৰুগড়ঃ নিজু ৰাভা – পূব জালনি এল পি স্কুল

ডিব্ৰুগড়ঃ গুনীন্দ্ৰ গোহাঁই – দংগাৰচুক এল পি স্কুল

কামৰূপ (মেট্ৰ): উৰ্বশী দাস – ১০ নং মাজিৰগাঁও ক্ৰম এল পি স্কুল

গোলাঘাটঃ নবিন চন্দ্ৰ দাস – ১ নং পাৰংগনিয়া জ্যোতি এল পি স্কুল

গোলাঘাটঃ নন্দিতা ৰাজপুত – শিলভেটা এল পি স্কুল

যোৰহাটঃ অনিল চন্দ্ৰ হাজৰিকা – ২৯৫ নং কুহুমজগানিয়া এল পি স্কুল

যোৰহাটঃ দিপিকা সভাপণ্ডিত – বালিগাঁও এম ভি স্কুল

মাধ্যমিক শিক্ষাত বঁটাপ্ৰাপক শিক্ষকসকল –

ডিব্ৰুগড়ঃ নেগী য়ট ৱেইংকেন – টাইফাকে হাই এম পি স্কুল।

ডিব্ৰুগড়ঃ লীলাধৰ উপাধ্যায় – ৰাষ্ট্ৰীয় ভাষা বিদ্যালয় HES, দুলীয়াজান

তিনিচুকীয়াঃ ৰঞ্জিত বিকাশ চেতিয়া – জি.বি. চৌখানী হাইস্কুল

ডিব্ৰুগড়ঃ স্বপ্নালী গগৈ – মৰাণ পাব্লিক হাইস্কুল

লখিমপুৰঃ ভৃগু প্ৰসাদ শৰ্মা – পানীগাঁও হাইস্কুল

যোৰহাটঃ ৰাজেশ বৰদলৈ – আদৰ্শ ট্ৰাইবেল হাইস্কুল

লখিমপুৰঃ ডম্বৰু ধৰ নেৱাৰ – প্ৰধানমন্ত্ৰী শ্ৰী তৰিয়নি বৰবিল হাইস্কুলহাইলাকাণ্ডি :  চুফিয়ান ছিদ্দিক বৰভূঞা – প্ৰধানমন্ত্ৰী শ্ৰী জামিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়।