NORTHEAST NOW (Assamese)
অসম

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 12, 2025 8:30 pm

অক্টোবৰৰ ২২ তাৰিখৰ পৰা অসমৰ ৭ খনকৈ চহৰত অনুষ্ঠিত অসম গ্ৰন্থমেলা।

অসম প্ৰকাশন পৰিষদ আৰু অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত মুঠ ৭ খন চহৰত অনুষ্ঠিত হ’ব এই গ্ৰন্থমেলা।

২২ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ বঙাইগাঁৱত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা।

১ নবেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ লখিমপুৰত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা।

৬ নবেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ নলবাৰীত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা।

১৪ নবেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ অসম গ্ৰন্থমেলা যোৰহাটত অনুষ্ঠিত হ’ব।

২৮ নৱেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ অসম গ্ৰন্থমেলা তিনিচুকীয়াত অনুষ্ঠিত হ’ব।

১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ অসম গ্ৰন্থমেলা শিলচৰত অনুষ্ঠিত হ’ব।

১২ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ মঙলদৈত অসম গ্ৰন্থমেলা শিলচৰত অনুষ্ঠিত হ’ব।গুৱাহাটীত এইবাৰ ১৪ দিনিয়াকৈ ২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা।