NORTHEAST NOW (Assamese)

নতুন বছৰত কিমান দিন দেশজুৰি বন্ধ থাকিব সুৰাৰ বিপনী, সুৰাপ্ৰেমীৰ বাবে সম্পূৰ্ণ তালিকা

December 6, 2020 9:22 am · এন ই নাও নিউজ
Updated: December 6, 2020 9:24 am

দেশত ক্ৰমাগত ভাবে বৃদ্ধি পাইছে সুৰাপ্ৰেমীৰ সংখ্যা।

সুৰাক নিৰ্ভৰ কৰিয়েই দেশৰ বহু ৰাজ্য অৰ্জন কৰি আহিছে বিশাল পৰিমাণৰ ৰাজহ। সেয়ে বহু ৰাজ্যই সুৰাৰ বিক্ৰীক উৎসাহিত কৰি আহিছে। যি কি নহওঁক, নতুন বছৰ সমাগত।নতুন বছৰত কিমান দিন বন্ধৰ দিন হ’ব সেই বিষয়ে জানিবলৈ বহুতেই হয়তো আগ্ৰহ প্ৰকাশ কৰিব।

ইতিমধ্যে চৰকাৰী বন্ধৰ তালিকা আমি প্ৰকাশ কৰিছোৱেই।

এইবাৰ সুৰাপ্ৰেমীসকলৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰিব বিচাৰিছো অহা বছৰৰ কোন মাহত কিমান দিন বন্ধ থাকিব দেশৰ সুৰাৰ বিপনীসমূহ।এই বন্ধ  হ’ব কেন্দ্ৰীয়  বন্ধ।

জানুৱাৰী

  • ১৪ জানুৱাৰীঃমকৰ সংক্ৰান্তি
  • ২৬ জানুৱাৰীঃগণৰাজ্য দিৱস
  • ৩০ জানুৱাৰীঃশ্বহীদ দিৱস

ফেব্ৰুৱাৰী

  • ১৯ ফেব্ৰুৱাৰীঃছত্ৰপতি শিৱাজী মহাবীৰ জয়ন্তী
  • ২৭ ফেব্ৰুৱাৰীঃগুৰুনানক জয়ন্তী

মাৰ্চ

  • ৮ মাৰ্চঃস্বামী দয়ানন্দ সৰস্বতী জয়ন্তী
  • ১১ মাৰ্চঃমহাশিৱৰাত্ৰী
  • ২৯ মাৰ্চঃহোলী

এপ্ৰিল

  • ২ এপ্ৰিলঃগুড ফ্ৰাইডে
  • ১৪ এপ্ৰিলঃআম্বেদকাৰ জয়ন্তী
  • ২১ এপ্ৰিলঃৰামনৱমী
  • ২৫ এপ্ৰিলঃমহাবীৰ জয়ন্তী

মে!

  • ১২ আৰু ১৩ মে’ :ঈদ-উল-ফিটৰ

জুন

  • জুন মাহত সুৰাৰ বিপনীৰ কোনো কেন্দ্ৰীয় বন্ধ নাই

জুলাই

  • ২৪ জুলাইঃগুৰু পূৰ্ণিমা(বন্ধ কেৱল দিল্লী আৰু মহাৰাষ্ট্ৰত)

আগষ্ট

  • ১০ আগষ্টঃমহৰম
  • ১৫ আগষ্টঃস্বাধীনতা দিৱস
  • ৩০ আগষ্টঃজন্মাষ্টমী

ছেপ্তেম্বৰ

  • ১০ ছেপ্তেম্বৰঃগণেশ চতুৰ্থী

অক্টোৱৰ

  • ২ অক্টোৱৰঃগান্ধী জয়ন্তী
  • ১৫ অক্টোৱৰঃদশেৰা
  • ১৮ অক্টোৱৰঃঈদ-এ-মিলাদ
  • ২০ অক্টোৱৰঃমহৰ্ষি বাল্মীকি জয়ন্তী

নৱেম্বৰ

  • ৪ নৱেম্বৰঃদিপাৱলী
  • ১৪ নৱেম্বৰঃকাৰ্তিকী একাদশী
  • ১৯ নৱেম্বৰঃগুৰু নানক জয়ন্তী

ডিচেম্বৰ

  • ২৫ ডিচেম্বৰ
  • খ্ৰীষ্টমাছ

Related News