NORTHEAST NOW (Assamese)

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; কলাত ৮৩.৮৪, বিজ্ঞানত ৯২.১৯ আৰু বাণিজ্যত ৮৭.২৭ শতাংশ উত্তীৰ্ণ

June 27, 2022 8:59 am · কল্পজোতি শইকীয়া, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ ফলাফল।

কলা শাখাত মুঠ উত্তীৰ্ণৰ হাৰ : ৮৩.৮৪ শতাংশ

উত্তীৰ্ণৰ সংখ্যা : ১৩০৩২৪ গৰাকী

অৱতীৰ্ণৰ সংখ্যা : ১৫৬১০৭ গৰাকী

প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে : ২৯৪৮৭ গৰাকী

দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে : ৫২৯৪৪ গৰাকী

তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে : ৪৭৮৯৩ গৰাকী

বিজ্ঞান শাখাত মুঠ উত্তীৰ্ণৰ হাৰ : ৯২.১৯ শতাংশ

উত্তীৰ্ণৰ সংখ্যা : ৩০৯১৫ গৰাকী

অৱতীৰ্ণৰ সংখ্যা : ৩৩৫৩৪ গৰাকী

প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে : ২০১৭১ গৰাকী

দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে : ৯৮৩৩ গৰাকী

তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে : ৯১১ গৰাকী

বাণিজ্য শাখাত মুঠ উত্তীৰ্ণৰ হাৰ : ৮৭.২৭ শতাংশ

উত্তীৰ্ণৰ সংখ্যা :  ১৩২৬৪ গৰাকী

অৱতীৰ্ণৰ সংখ্যা : ১৫১৯৯ গৰাকী

প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে : ৫০১৮ গৰাকী

দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে : ৫১৮৬ গৰাকী

তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে : ৩০৬০ গৰাকী

কলা শাখাত মুঠ দুগৰাকীয়ে প্ৰথমবাৰলৈ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে।

কটন বিশ্ব বিদ্যালয়ৰ গৰিমাও বহু বছৰৰ মূৰত ঘূৰি আহিছে। কলা আৰু বিজ্ঞান শাখাত মুঠ দুগৰাকীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

Related News