NORTHEAST NOW (Assamese)
Popular Stories

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 15, 2025 6:30 am
আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

আজি সমগ্ৰ দেশে উদযাপন কৰিছে ৭ সংখ্যক স্বাধীনতা দিৱস। ব্ৰিটিছৰ ২০০ বছৰীয়া দমন নীতিক নেওচি ১৯৪৭ত হাজাৰ হাজাৰ ভাৰতীয়ৰ আত্মবলিদানৰ ফচল এই স্বাধীনতা দিৱস। আজিৰ দিনটোতেই ব্ৰিটিছৰ পৰাধীনতাৰ শিকলি ছিঙি দেশবাসীয়ে স্বাধীনতাৰ নিচান উৰুৱাইছিল।

বহু লোকে স্বাধীন ভাৰতৰ সপোন দেখি সৰ্বস্ব ত্যাগ কৰিছিল। সেয়ে আজি স্বাধীনতা দিৱস উপলক্ষে দেশবাসীয়এ জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীৰ লগতে সেইসকল মণিষীক সোঁৱৰে।