NORTHEAST NOW (Assamese)
Popular Stories

উচ্চতৰ মাধ্যমিকৰ ফলাফল : কলা শাখাত শীৰ্ষ ১০ টা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ তালিকা

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক May 25, 2019 8:53 am
উচ্চতৰ মাধ্যমিকৰ ফলাফল : কলা শাখাত শীৰ্ষ ১০ টা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ তালিকা

আজি ঘোষিত ২০১৯ চনৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত কলা শাখাত শীৰ্ষ ১০ টা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ নামসমূহ ক্ৰমে-

প্ৰথমস্থান :

১) খুছবো ফিৰদ’চ, ব্ৰিলিয়েণ্ট একাডেমি জুনিয়ৰক কলেজ, দৰং জিলা। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৮।

দ্বিতীয়স্থান : 

১) কৌশিক কাছাৰী, প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ, যোৰহাট। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৫।

২)গীতাঞ্জলি বৰঠাকুৰ, কনচেপ্ট জুনিয়ৰ কলেজ, নগাওঁ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৫।

তৃতীয়স্থান :

১) কন্যাশ্ৰী ভগৱতী, ক্ৰিছেণ্ট একাডেমি যোৰহাট। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৪।

চতুৰ্থস্থান : 

১) জুপিতৰা শৰ্মা, ৰঞ্জিত শৰ্মা একাডেমি জুনিয়ৰ কলেজ, দৰং। মুঠ প্ৰাপ্ত নম্বৰ ৪৭২।

পঞ্চমস্থান :

১) জগমোহন কলিতা, কৃষ্ণগুৰু মহাবিদ্যালয় জুনিয়ৰ, বৰপেটা। মুঠ প্ৰাপ্ত নম্বৰ ৪৭০।

২)শ্ৰুতি সোণোৱাল, আৰ ডি জুনিয়ৰ কলেজ, তিনিচুকীয়া। মুঠ প্ৰাপ্ত নম্বৰ ৪৭০।

ষষ্ঠস্থান : 

১) শতাব্দী শইকীয়া, ক্ৰিচেণ্ট একাডেমি, যোৰহাট। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৯।

সপ্তমস্থান :

১) স্বামিন চুলতানা, ক্ৰিচেণ্ট একাডেমি, যোৰহাট। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৮।

অষ্টমস্থান :

১) শ্ৰুতিস্মৃতা  বশিষ্ঠ, ৰঞ্জিত শৰ্মা একাডেমি জুনিয়ৰ কলেজ, দৰং। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৭।

নৱমস্থান :

১) দীপাংকৰ দাস, ব্ৰিলিয়াণ্ট একাডেমি জুনিয়ৰ কলেজ, দৰং। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৬।

২)মানিক ৰয়, বিদ্যাপাৰা বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধুবুৰী। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৬।

৩)মনিষা বৰা, ফৰকাটিং কলেজ, গোলাঘাট। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৬।

৪)অংশুমান গগৈ, প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ, যোৰহাট। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৬।

৫)মানসি দাস, বেজেৰা আঞ্চলিক মহাবিদ্যালয়, কামৰূপ (গ্ৰাম্য)। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৬।

দশমস্থান :

১) কৃপাময় দাস, কৃষ্ণগুৰু মহাবিদ্যালয় জুনিয়ৰ, বৰপেটা। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৪।

২) গুঞ্জন দাস, অসম জাতীয় বিদ্যালয় কামৰূপ (মেট্ৰ’)। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৪।

৩)শিৱানী নাথ, জিনিয়াছ একাডেমি জুনিয়ৰ কলেজ, লখিমপুৰ। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৪।