NORTHEAST NOW (Assamese)
Popular Stories

উচ্চতৰ মাধ্যমিকৰ ফলাফল : বাণিজ্য শাখাত শীৰ্ষ ১০ টা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ তালিকা

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক May 25, 2019 9:37 am

আজি ঘোষিত ২০১৯ চনৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত বাণিজ্য শাখাত শীৰ্ষ ১০ টা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ নামসমূহ ক্ৰমে-

প্ৰথমস্থান :

১) অসিম সৰকাৰ, বিবেকানন্দ জুনিয়ৰ কলেজ, কাছাৰ। মুঠ প্ৰাপ্ত নম্বৰ ৪৭৪।

দ্বিতীয়স্থান : 

১) নিবেদিতা গগৈ, ক্ৰিচেণ্ট একাডেমি, যোৰহাট। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৮।

২)আয়ুসি জৈন, কে চি দাস কৰ্মাচ কলেজ, কামৰূপ (মেট্ৰ’)। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৮।

তৃতীয়স্থান :

১) নেহা আগৰৱাল, গুৱাহাটী কৰ্মাচ কলেজ, কামৰূপ (মেট্ৰ’)। মুঠ প্ৰাপ্ত নম্বৰ ৪৬৫।

চতুৰ্থস্থান : 

১) অৰুণাভ নাথ, গুৱাহাটী কৰ্মাচ কলেজ, কামৰূপ (মেট্ৰ’)। মুঠ প্ৰাপ্ত নম্বৰ ৪৬১।

পঞ্চমস্থান :

১) ৰাহুল ৰয়, গুৱাহাটী কৰ্মাচ কলেজ, কামৰূপ (মেট্ৰ’)। মুঠ প্ৰাপ্ত নম্বৰ ৪৬০।

ষষ্ঠস্থান : 

১) তানিসা আলমপুৰীয়া, গীতাঞ্জলি জুনিয়ৰ কলেজ, নগাঁও। মুঠ প্ৰাপ্ত নম্বৰ ৪৫৯।

২) অংকুৰ বৰুৱা, আৰ্দি জুনিয়ৰ কলেজ, তিনিচুকীয়া। মুঠ প্ৰাপ্ত নম্বৰ ৪৫৯।

সপ্তমস্থান :

১) হৰ্ষ গোলছা, কৰিমগঞ্জ জুনিয়ৰ কলেজ অব ছায়েন্স, হাইলাকান্দি। মুঠ প্ৰাপ্ত নম্বৰ ৪৫৮।

২) হংসিকা চাওলা, কে চি দাস কৰ্মাচ কলেজ, কামৰূপ (মেট্ৰ’)। মুঠ প্ৰাপ্ত নম্বৰ ৪৫৮।

৩) প্ৰতিভা বৈশ্য, নলবাৰী কৰ্মাচ কলেজ, নলবাৰী। মুঠ প্ৰাপ্ত নম্বৰ ৪৫৮।

অষ্টমস্থান :

১) দিশা জৈন, কে চি দাস কৰ্মাচ কলেজ, কামৰূপ (মেট্ৰ’)। মুঠ প্ৰাপ্ত নম্বৰ ৪৫৭।

২) প্ৰিয়াংশু আগৰৱাল, মাৰ্ঘেৰিটা কলেজ, তিনিচুকীয়া। মুঠ প্ৰাপ্ত নম্বৰ ৪৫৭।

নৱমস্থান :

১) বৃন্দা ৰয়, বিবেকানন্দ জুনিয়ৰ কলেজ, কাছাৰ। মুঠ প্ৰাপ্ত নম্বৰ ৪৫৫।

২) মিথিলেশ পি দি শর্মা, আৰ ডি জুনিয়ৰ কলেজ তিনিচুকীয়া। মুঠ প্ৰাপ্ত নম্বৰ ৪৫৫।

দশমস্থান :

১) মুছকান পাছিচিয়া, কে চি দাস কৰ্মাচ কলেজ, কামৰূপ (মেট্ৰ’)। মুঠ প্ৰাপ্ত নম্বৰ ৪৫৪।

২) জাগ্ৰুতি চেতিয়া, কে চি দাস কৰ্মাচ কলেজ, কামৰূপ (মেট্ৰ’)। মুঠ প্ৰাপ্ত নম্বৰ ৪৫৪।

৩) ইসিকা আগৰৱাল, কে চি দাস কৰ্মাচ কলেজ, কামৰূপ (মেট্ৰ’)। মুঠ প্ৰাপ্ত নম্বৰ ৪৫৪।