অসম ম্যাদ উকলি গৈছে ঔষধৰ! এই ১৭টা ঔষধ এতিয়াই টয়লেটত ফ্লাছ কৰক, নহ’লে বাঢ়িব বিপদ
ঘৰত ৰখা ঔষধৰ ম্যাদ উকলি গ’লে আমি সাধাৰণতে ডাষ্টবিনত বা যিকোনো ঠাইত পেলাই দিওঁ। কিন্তু চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনে (চিডিএছচিঅ’) নিৰ্দেশ…
এন ই নাও নিউজ, গুৱাহাটী · July 11, 2025 3:04 pm