NORTHEAST NOW (Assamese)
অসম

গল্ডেন ৰীল বঁটাৰ বাবে মনোনীত বিদ্যুৎ কটকীৰ শৈশৱতে ধেমালিতে

Posted by: এন ই নাও নিউজ January 19, 2019 12:25 pm
Xoixobote-Dhemalite

বিদ্যুৎ কটকীৰ পৰিচালনাৰ অসমীয়া চলচ্চিত্ৰ ‘শৈশৱতে ধেমালিতে’ ৬৬ সংখ্যক বাৰ্ষিক গল্ডেন ৰীল বঁটাৰ বাবে মনোনীত হৈছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰিৰ ১৭ তাৰিখে এই বঁটা প্ৰদান কৰা হ’ব।

আনহাতে উৎপল বৰপূজাৰীৰ নিৰ্দেশনাৰ ইশ্বু আৰু মেমৰিজ অব এ ফৰগটেন ৱাৰ দুয়োখন চলচ্চিত্ৰকেই প্ৰথম গুৱাহাটী আন্তৰ্জাতিক আ্তৰ্জাতিক শিশু চলচ্চিত্ৰ মহোৎসৱ আৰু প্ৰথম গুৱাহাটী আন্তৰ্জাতিক তথ্যচিত্ৰ আৰু চুটি ছবি মহোৎসৱত প্ৰদৰ্শিত হ’ব। উল্লেখ্য যে দুয়োখন চলচ্চিত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদৰ্শন কৰা হ’ব।