NORTHEAST NOW (Assamese)

কেৰালাত দেহ ব্যৱসায় চক্ৰৰ পৰা উদ্ধাৰ অসমৰ যুৱতী

November 2, 2021 8:17 pm · এন ই নাও নিউজ, গুৱাহাটী

কেৰালাত নগাঁও আৰক্ষীৰ সফল অভিযানত দেহ ব্যবসায়ীৰ কবলৰ পৰা উদ্ধাৰ হৈছে অসমৰ পাঁচ গৰাকী যুৱতী।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দেহব্যৱসায়ৰ লগত জড়িত তিনিজনকৈ লোকক।ধৃত দেহ ব্যৱসায়ী তিনিটা ক্ৰমে আলী আকবৰ,দিলোৱাৰ হুছেইন আৰু আইনাব বিবি।

ধৃত তিনিওগৰাকীয়ে কামৰ প্ৰলোভনেৰে কেৰালালৈ নিছিল যুৱতী কেইগৰাকীক।কেৰেলাত দেহ ব্যবসায়ৰ সৈতে জড়িত কৰাইছিল যুৱতীকেইগৰাকীক।

নগাঁৱৰ উপ আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত চলিছিল এই অভিযান।

Related News