NORTHEAST NOW (Assamese)

পুৰণি শৰাইঘাট দলঙত চাঞ্চল্যকৰ ঘটনা; ৰেলিঙৰ পৰা ব্ৰহ্মপুত্ৰত জপিয়ালে এজন যুৱকে

July 10, 2022 2:47 pm · কল্পজোতি শইকীয়া, গুৱাহাটী

Youth jumps from the old Saraighat bridge পুৰণি শৰাইঘাট দলঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

দলঙৰ ৰেলিঙৰ পৰা ব্ৰহ্মপুত্ৰত জপিয়ালে এজন যুৱকে।

প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীয়ে যুৱকজনক বচাবলৈ আপ্ৰাণ চেষ্টা চলাইছিল।

লগতে পঢ়ক: Man accused of murder burnt alive: গাৰ নোম শিয়ৰি উঠা ঘটনা! নগাঁৱত হত্যাৰ অভিযুক্ত ব্যক্তিক জীৱন্তে জ্বলাই দিলে ৰাইজে

যুৱজনৰ ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে যদিও উদ্ধাৰ হোৱা সম্পূৰ্ণ পৰিচয়।

বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই যুৱকজনক।

যুৱকজনক বিচাৰি নদীত SDFR & NDRF আৰু নদী আৰক্ষীয়ে অভিযান চলাইছে।

হতাশাত ভূগি এই সিদ্ধান্ত গ্ৰহণৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ।

লগতে পঢ়ক: Boris Johnson: ‘বেকাৰ’ বৰিছ: লাংকাশ্বায়াৰৰ ৰাস্তাত চাকৰি বিচাৰি ব্ৰিটেইনৰ পদত্যাগী প্ৰধানমন্ত্ৰী জনছন!

আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীয়ে বহু চেষ্টা কৰিও বচাবলৈ সক্ষম নহ’ল যুৱকজনক।

এখন চাইকেল লৈ আত্মহত্যা কৰিবলৈ আহিছিল যুৱকজন। 

Related News