NORTHEAST NOW (Assamese)
Popular Stories

আদৰৰ জুবিনক চাবলৈ জালুকবাৰীত এইদৰেই ভিৰ কৰিলে অনুৰাগীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 21, 2025 7:05 am
আদৰৰ জুবিনক চাবলৈ জালুকবাৰীত এইদৰেই ভিৰ কৰিলে অনুৰাগীয়ে

আদৰৰ জুবিনক চাবলৈ জালুকবাৰীত এইদৰেই ভিৰ কৰিলে অনুৰাগীয়ে

জুবিন গাৰ্গক বৰঝাৰ বিমান বন্দৰত এবাৰ চাবলৈ অপেক্ষা কৰিছে প্ৰতিগৰাকী অনুৰাগী আৰু গুণমুগ্ধ। নিশাৰে পৰা হাজাৰ-হাজাৰ অনুৰাগীৰে ভৰি পৰিছে বৰঝাৰ বিমান বন্দৰ।

বৰঝাৰৰ সমান্তৰালকৈ সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পতো অনুৰাগীৰে ভৰি পৰিছে। নিশাৰে পৰা সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত সোঁত ব’বলৈ ধৰিছে অজস্ৰ অনুৰাগীৰ।

পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ গুণমুগ্ধ সৰুসজাইত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব শিল্পীগৰাকীক।