গুৱাহাটী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ পৰা অখিল গগৈক NSA ৰ অধীনত আটক কৰা সন্দৰ্ভত যোৱা ২১ নৱেম্বৰৰ ভিতৰত শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছিল যদিও চৰকাৰে ২১ নৱেম্বৰত শপতনামা দাখিল কৰিব নোৱাৰিলে। উক্ত দিনাই ন্যায়ালয়ে ৩০ নৱেম্বৰৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিছিল। কিন্তু আজিও কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে শপতনামা দাখিল নকৰিলে। আজি পুনৰ উচ্চ ন্যায়ালয়ে ৭ ডিচেম্বৰৰ ভিতৰত চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে।। চৰকাৰে বাৰম্বাৰ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি শপতনামা দাখিল কৰিব নোৱাৰা কাৰ্য্যক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এয়া চৰকাৰৰ ষড়যন্ত্ৰ বুলি দাবী কৰাৰ লগতে আৰু অধিক সময় কৃষক নেতাজনক কাৰাগাৰত ভৰাই ৰখাৰ বাবেই এই শপতনামা দাখিল কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে।
অখিলক NSA ত গ্ৰেপ্তাৰ : পুনৰ শপতনামা দাখিলত ব্যৰ্থ চৰকাৰ
-
By NE NOW NEWS
- Categories: অসম
Related Content
কুম্ভকৰ্ণৰ সন্ধানত! দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ল টোপনিৰ প্ৰতিযোগিতা
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 1:05 pm
যোৰহাটত আশ্চৰ্যকৰ ঘটনা! মদাহী স্বামীৰ বৰ্বৰতা সহিব নোৱাৰি হত্যা কৰি জ্বলাই দিলে পত্নীয়ে
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 1:03 pm
বিকল্প নাই! বিক্ৰী হ’ব কোম্পানী, আৰ বি আইৰ পৰা ১০ দিনৰ সময় বিচাৰিলে অনিল আম্বানীয়ে
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 11:55 am
ডক্টৰেট ডিগ্ৰী লাভ কৰিলে মেকুৰীয়ে; কিয় দিয়া হ’ল এই সন্মান?
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 10:16 am
হিচাপ এতিয়াও বাকী! আয়কৰ অভিযানত জোতা ব্যৱসায়ীৰ লুকাই ৰখা স্থানৰ পৰা উদ্ধাৰ টকাৰ পাহাৰ
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 8:53 am
নিৰ্বাচনৰ মাজতে নাড্ডাৰ দৰ্প! ‘বিজেপি আৰু পূৰ্বৰ দৰে আৰএছএছৰ ওপৰত নিৰ্ভৰশীল নহয়’
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 7:51 am