এজন শিক্ষকৰ বাবে চাকৰিৰ পৰা অৱসৰ লোৱা মানেই সাধাৰণতে শ্ৰেণীকোঠাৰ সৈতে থকা দীঘলীয়া সম্পৰ্কৰ অন্ত পৰা। কিন্তু কলিয়াবৰৰ মুৰুলী বৰাৰ...
Read moreDetailsশিক্ষক দিৱসৰ বিশেষ দিনটোত ৰাজ্যৰ ১৫ গৰাকী শিক্ষকক সন্মান জনাব অসম চৰকাৰে। ৰাজ্যৰ বিদ্যালয় শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি...
Read moreDetailsআইনৰ ছাত্ৰ-ছাত্ৰীৰ আচৰণ নিয়ন্ত্ৰণ কৰাৰ কোনো বিধিগত ক্ষমতা ভাৰতীয় বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ নাই। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এই কথা স্পষ্ট...
Read moreDetailsবিশ্ববিদ্যালয় অনুদান আয়োগ অৰ্থাৎ UGCৰ কাৰ্যবাহী অধ্যক্ষ হিচাপে পুনৰ এগৰাকী চৰকাৰী আমোলাক দায়িত্ব দিয়া হৈছে। ভাৰত চৰকাৰৰ উচ্চশিক্ষা সচিব দীপ্তি...
Read moreDetailsতেওঁ বিজেপিৰ অন্যতম জ্যেষ্ঠ নেতা। তেওঁ দলটোৰ প্ৰাক্তন সৰ্বভাৰতীয় সভাপতিও। অটল বিহাৰী বাজপেয়ী চৰকাৰত তেওঁ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী হিচাপে...
Read moreDetailsমাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাজ্য চৰকাৰখনে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা বিহাৰত দশম আৰু দ্বাদশ শ্ৰেণীৰ...
Read moreDetailsৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই (NTA) ইউজিচি-নেট জুন ২০২৬ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। ২০২৬ চনৰ ২৮ আগষ্টত ৮৭টা বিষয়ৰ ভিতৰত ৮৪টা বিষয়ৰ...
Read moreDetailsবেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিদ্যালয় বিশ্ববিদ্যালয়ৰ (নেশ্যনেল ল’ স্কুল অফ ইণ্ডিয়া ইউনিভাৰ্ছিটি) সমাৱৰ্তন অনুষ্ঠান বাতিল কৰা হৈছে। ১২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া...
Read moreDetailsশেহতীয়াকৈ দিল্লীত ছাত্ৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰা উচ্চস্তৰীয় সমিতিখন পুনৰ...
Read moreDetailsস্কুলীয়া ইউনিফৰ্মৰ সৈতে হিজাব পৰিধান কৰাৰ অনুমতি বিচাৰি আদালতৰ কাষ চাপিছিল এগৰাকী স্কুলীয়া ছাত্ৰীয়ে। কিন্তু উচ্চ ন্যায়ালয়ে এই আবেদন নাকচ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd