দেশ

অবৈধ সুৰাৰ ব্যৱসায়ৰ নতুন কৌশল : পানীৰ সলনি দমকলৰ পৰা ওলাল দেশীয় সুৰা! ‎

ঘৰৰ চোতালত বহুওৱা সাধাৰণ পানীৰ দমকল। কিন্তু সেই দমকলৰ পৰা পানীৰ সলনি ওলাল দেশীয় সুৰা! অবৈধ সুৰাৰ ব্যৱসায় চলাবলৈ এইবাৰ...

Read moreDetails

অক্টোবৰৰ তুলনাত ভাৰতত প্ৰায় ১৩% কমিল সোণৰ দাম! ১৪ মাহৰ সৰ্বনিম্ন স্তৰৰ পাছতো আঁতৰা নাই পতনৰ শংকা

বিগত কিছু সময় ধৰি অব্যাহত থকা সোণৰ বজাৰৰ উত্থান এতিয়া ক্ৰমাৎ ম্লান পৰিবলৈ আৰম্ভ কৰিছে আৰু আগন্তুক সময়ত পৰিস্থিতি অধিক...

Read moreDetails

বিপদত ধ্ৰুৱ ৰাঠী! ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি দিল্লীৰ আদালতৰ

পুনৰ আইনী মেৰপেঁচত পৰিছে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠী। ২০১৮ চনৰ এটা পুৰণি মানহানিৰ গোচৰত সোমবাৰে তেওঁৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা...

Read moreDetails

‘নেপাল অবিহনে ৰামো আধৰুৱা’, বলেন্দ্ৰ শ্বাহক কাষত লৈ আৰু কি কি ক’লে নৰেন্দ্ৰ মোদীয়ে?

নেপাল অবিহনে ভাৰতৰ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্য আধৰুৱা বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে  নতুন দিল্লীত নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ...

Read moreDetails

১২ ডিচেম্বৰত উকলিব ৩০ বছৰীয়া গংগা জলবণ্টন চুক্তি: মাজত মাত্ৰ ১৯ দিন থকা অৱস্থাত ১৯৭৭ চনৰ ‘গ্যাৰাণ্টী ক্লজ’ ঘূৰাই বিচাৰিছে বাংলাদেশে

১৯৯৬ চনৰ ঐতিহাসিক ভাৰত-বাংলাদেশ গংগা জলবণ্টন চুক্তিৰ ৩০ বছৰীয়া ম্যাদ অহা ১২ ডিচেম্বৰত উকলিবলৈ মাজত মাত্ৰ ১৯ দিন বাকী আছে।...

Read moreDetails

যোগীক ৰুধিবলৈ দিল্লীত বৈঠক! ২০২৭ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আসন বুজাবুজিৰ প্ৰথম পৰ্যায় সফল সমাজবাদী ‎পাৰ্টি-কংগ্ৰেছৰ

২০২৭ৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ কৌশল সাজু কৰিছে সমাজবাদী পাৰ্টি  আৰু কংগ্ৰেছে। সোমবাৰে নতুন দিল্লীত...

Read moreDetails

মংগলসূত্ৰ বন্ধকত থৈ পিষ্টল কিনাৰ টকা যোগাৰ; স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ মহিলা, দুই প্ৰেমিক

দুই প্ৰেমিকৰ সৈতে মিলি ষড়যন্ত্ৰ কৰি এগৰাকী মহিলাই স্বামীক হত্যা কৰাৰ অভিযোগ উঠিছে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ওড়িশাৰ সুৱৰ্ণপুৰ...

Read moreDetails

পৰীক্ষাত ব্যৰ্থ Bisleri! ‘অসুৰক্ষিত’ পেকেজড খোৱাপানী; আইনী ব্যৱস্থা গ্ৰহণত অনুমোদন FSSAI-ৰ

পেকেটত ভৰোৱা খোৱাপানীৰ নমুনা ‘অসুৰক্ষিত’ বুলি প্ৰমাণিত হোৱাৰ পিছত বিছলেৰী ইণ্টাৰনেশ্যনেলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। জনপ্ৰিয় খোৱাপানী নিৰ্মাতা...

Read moreDetails

অঘটন! হাৰিয়ানাত সামৰিক অনুশীলনৰ সময়ত টেংকৰ চেপাত মৃত্যু দুই জোৱানৰ

হাৰিয়ানাৰ হিছাৰ জিলাত সেনাৰ যুদ্ধ প্ৰশিক্ষণ অনুশীলনৰ সময়ত এক শোকাৱহ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ দুজন জোৱানৰ মৃত্যু হয়। প্ৰাথমিক তদন্তত প্ৰকাশ...

Read moreDetails
Page 1 of 1878 1 2 … 1,878

Stay Connected

Recent News