• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যোগীক ৰুধিবলৈ দিল্লীত বৈঠক! ২০২৭ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আসন বুজাবুজিৰ প্ৰথম পৰ্যায় সফল সমাজবাদী ‎পাৰ্টি-কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2026 3:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৭ৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ কৌশল সাজু কৰিছে সমাজবাদী পাৰ্টি  আৰু কংগ্ৰেছে। সোমবাৰে নতুন দিল্লীত দুয়োটা দলৰ মাজত আসন বুজাবুজি সন্দৰ্ভত প্ৰথমলানি বৈঠক অনুষ্ঠিত হয়। বৈঠক ইতিবাচক আৰু সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হোৱা বুলি দুয়োটা দলৰ নেতাই দাবী কৰিছে। আসন ভাগ-বতৰাৰ চূড়ান্ত সিদ্ধান্ত লোৱাৰ বাবে মঙলবাৰে পুনৰ বৈঠক অনুষ্ঠিত হ’ব।

দিল্লীত কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ প্ৰমোদ তিৱাৰীৰ বাসগৃহত অনুষ্ঠিত বৈঠকত দুয়োটা দলৰ প্ৰতিনিধিয়ে নিজৰ নিজৰ মতামত আৰু নিৰ্বাচনী কৌশল দাঙি ধৰে। সমাজবাদী পাৰ্টিৰ সাধাৰণ সম্পাদক ৰাম গোপাল যাদৱে বৈঠকখন সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হোৱা বুলি উল্লেখ কৰি আগন্তুক দুই-তিনি দিনৰ ভিতৰত মিত্ৰতা আৰু আসন বুজাবুজি চূড়ান্ত হোৱাৰ আশা প্ৰকাশ কৰে।

Apply Now

উত্তৰ প্ৰদেশ কংগ্ৰেছৰ দায়িত্বত থকা ৰাজেন্দ্ৰ পাল গৌতমেও দুয়োটা দলৰ মাজত ঐকমত্য গঢ়ি উঠা বুলি দাবী কৰিছে। আনহাতে, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি অৰাধনা মিশ্ৰই আসন ভাগ-বতৰাৰ সংখ্যাক লৈ আলোচনা হোৱা বুলি উল্লেখ কৰি মঙলবাৰৰ বৈঠকৰ পিছত অধিক স্পষ্টতা আহিব বুলি কয়।

উত্তৰ প্ৰদেশৰ ৪০৩টা বিধানসভা সমষ্টিত কোনটো দলৰ সাংগঠনিক শক্তি কিমান, কোন প্ৰাৰ্থীৰ জয়ৰ সম্ভাৱনা অধিক—এই সকলো দিশ পৰ্যায়ক্ৰমে পৰ্যালোচনা কৰি আসন বণ্টনৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। সমাজবাদী পাৰ্টিয়ে আসন বণ্টনৰ ক্ষেত্ৰত নিৰ্দিষ্ট সংখ্যাতকৈ প্ৰাৰ্থীৰ জয়ৰ সম্ভাৱনাক অধিক গুৰুত্ব দিয়াৰ কথা স্পষ্ট কৰিছে। কংগ্ৰেছেও এইবাৰ সন্মানজনক আসন ভাগ বিচাৰিছে।

২০২৪ৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত দুয়োটা দলে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিক যথেষ্ট প্ৰত্যাহ্বান জনাইছিল। ৬২টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি সমাজবাদী পাৰ্টিয়ে ৩৭খন আসন লাভ কৰাৰ বিপৰীতে ১৭টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছে ৬খন আসনত জয়লাভ কৰিছিল। সেই নিৰ্বাচনী ফলাফলৰ পিছতে ২০২৭ৰ বিধানসভা নিৰ্বাচনতো মিত্ৰতা অটুট ৰখাৰ কৌশল গ্ৰহণ কৰিছে দুয়োটা দলে।

উত্তৰ প্ৰদেশত বিজেপিয়ে তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ লক্ষ্য লৈছে। সেয়েহে বিজেপিক ক্ষমতাৰ পৰা আঁতৰোৱাৰ লক্ষ্যৰে সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ এই আসন বুজাবুজিৰ প্ৰক্ৰিয়াক ৰাজ্যখনৰ ৰাজনৈতিক সমীকৰণৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে। অৱশ্যে আসন বণ্টনৰ চূড়ান্ত চুক্তি এতিয়াও সম্পন্ন হোৱা নাই; মঙলবাৰৰ আলোচনাৰ পিছতহে এই সন্দৰ্ভত অধিক তথ্য প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোগীক ৰুধিবলৈ দিল্লীত বৈঠক! ২০২৭ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আসন বুজাবুজিৰ প্ৰথম পৰ্যায় সফল সমাজবাদী ‎পাৰ্টি-কংগ্ৰেছৰ

যোগীক ৰুধিবলৈ দিল্লীত বৈঠক! ২০২৭ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আসন বুজাবুজিৰ প্ৰথম পৰ্যায় সফল সমাজবাদী ‎পাৰ্টি-কংগ্ৰেছৰ

November 23, 2026 3:38 pm
মহানগৰীত এটি গীতৰ দিন ‘পৰিচয়বিহীন যাযাবৰ নগৰী’ উদযাপন

মহানগৰীত এটি গীতৰ দিন ‘পৰিচয়বিহীন যাযাবৰ নগৰী’ উদযাপন

November 23, 2026 2:35 pm
মংগলসূত্ৰ বন্ধকত থৈ পিষ্টল কিনাৰ টকা যোগাৰ; স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ মহিলা, দুই প্ৰেমিক

মংগলসূত্ৰ বন্ধকত থৈ পিষ্টল কিনাৰ টকা যোগাৰ; স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ মহিলা, দুই প্ৰেমিক

November 23, 2026 1:07 pm
বাংলাদেশ অভিমুখী বৃহৎ বিস্ফোৰক সামগ্ৰী ভৰ্তি চীনৰ জাহাজ জব্দ, লক্ষ্য কি?

বাংলাদেশ অভিমুখী বৃহৎ বিস্ফোৰক সামগ্ৰী ভৰ্তি চীনৰ জাহাজ জব্দ, লক্ষ্য কি?

November 23, 2026 11:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোগীক ৰুধিবলৈ দিল্লীত বৈঠক! ২০২৭ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আসন বুজাবুজিৰ প্ৰথম পৰ্যায় সফল সমাজবাদী ‎পাৰ্টি-কংগ্ৰেছৰ

যোগীক ৰুধিবলৈ দিল্লীত বৈঠক! ২০২৭ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আসন বুজাবুজিৰ প্ৰথম পৰ্যায় সফল সমাজবাদী ‎পাৰ্টি-কংগ্ৰেছৰ

November 23, 2026 3:38 pm
মহানগৰীত এটি গীতৰ দিন ‘পৰিচয়বিহীন যাযাবৰ নগৰী’ উদযাপন

মহানগৰীত এটি গীতৰ দিন ‘পৰিচয়বিহীন যাযাবৰ নগৰী’ উদযাপন

November 23, 2026 2:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd