বিজ্ঞান-প্ৰযুক্তি

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এন্থ্ৰপিকৰ জনপ্ৰিয় কৃত্ৰিম বুদ্ধিমত্তা বা এআই মডেল ‘ক্লড’ৰ সহায়ত প্ৰতিদ্বন্দ্বী কোম্পানী OpenAIৰ চিষ্টেমত প্ৰৱেশ কৰিছে ভাৰতীয় মূলৰ তিনিজন চাইবাৰ সুৰক্ষা...

Read moreDetails

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

মহাকাশ এখন বিশাল জগত; মানুহে যিমানেই ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰে সিমানেই নতুন নতুন ৰহস্য উন্মোচিত হয়। শেহতীয়াকৈ বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ...

Read moreDetails

১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

যোৱা কেইবছৰমানৰ পৰা বিশ্বৰ বিভিন্ন স্থানত বিধ্বংসী ভূমিকম্প দেখা গৈছে। ইয়াৰ মাজতে এটা নতুন গৱেষণা প্ৰকাশ পাইছে। অনুমান কৰা হৈছে...

Read moreDetails

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

গুজৰাটৰ এটা পৰীক্ষাগাৰত প্ৰকৃতিৰ অন্যতম শক্তিশালী এক প্ৰক্ৰিয়াক কৃত্ৰিমভাৱে সৃষ্টিৰ কাম চলি আছে। লক্ষ্য হৈছে পৃথিৱীৰ পৰাই নক্ষত্ৰৰ শক্তি ধৰি...

Read moreDetails

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

সাধাৰণতে চাকৰি এৰিলে মানুহে ধন্যবাদ জনাই বিদায় লয়। কিন্তু এন্’থ্ৰপিকৰ (Anthropic) প্ৰাক্তন গৱেষক জেকব কক্সনে তেওঁৰ বিদায়ী ভাষণত যি লিখিছে,...

Read moreDetails

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

বৃক্ক (কিডনি) বিকল হোৱাৰ বাবে জীয়াই থকাৰ আশা প্ৰায় নাছিল। যিমান পাৰি সোনকালে কিডনী ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন হৈছিল। কিন্তু, তাৰ বাবেও...

Read moreDetails

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৱে ডাঙৰ সফলতা অৰ্জন কৰিছে। ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হৈছে আন এক ঐতিহাসিক কৃতিত্ব। আজি (শুকুৰবাৰে) পুৱা প্ৰায় ২:৫৫...

Read moreDetails

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত গুগলৰ প্ৰস্তাৱিত ডাটা চেণ্টাৰৰ বাবে স্থানীয় লোকসকলে সন্মুখীন হোৱা স্থানান্তৰকৰণৰ সমস্যা আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে প্ৰস্তুত কৰা...

Read moreDetails

AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

ভৱিষ্যতে এআইয়ে (AI) মানুহক চেৰ পেলাব বুলি বহু আগতেই ভৱিষ্যদ্বাণী কৰা হৈছিল। অৱশ্যে এইবাৰ প্ৰকৃতিক অতিক্ৰম কৰিলে এআইয়ে। কাৰণ বিজ্ঞানীসকলে...

Read moreDetails

কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

মহাকাশ প্ৰযুক্তি, অৰ্ধপৰিবাহী, কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি ব্যক্তিগত খণ্ডত গভীৰ প্ৰযুক্তিৰ গৱেষণাক উৎসাহিত কৰিবলৈ কেন্দ্ৰই এক লাখ কোটি টকাৰ পুঁজি গঢ়ি...

Read moreDetails
Page 1 of 45 1 2 … 45

Stay Connected

Recent News