• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

বাংলাদেশ অভিমুখী বৃহৎ বিস্ফোৰক সামগ্ৰী ভৰ্তি চীনৰ জাহাজ জব্দ, লক্ষ্য কি?

বিস্ফোৰক কঢ়িয়াই অনা চীনৰ এই জাহাজখন জব্দ কৰাৰ লগে লগে ২২ বছৰৰ আগৰ এক ঘটনা পোহৰলৈ আহিছে। ২০০৪ চনৰ এপ্ৰিল মাহত বাংলাদেশৰ চট্টগ্ৰাম বন্দৰত দহ ট্ৰাক আধুনিক চীনা অস্ত্ৰ জব্দ কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2026 11:48 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডোনেছিয়াৰ নৌসেনাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী কঢ়িয়াই অনা এখন জাহাজ। চীনৰ পৰা অহা জাহাজখন বাংলাদেশৰ চট্টগ্ৰাম বন্দৰত উপস্থিত হোৱাৰ কথা আছিল। কিন্তু জাহাজখনৰ গতিবিধিৰ সন্দেহৰ বাবে ইণ্ডোনেছিয়াৰ নৌসেনাই সাগৰৰ মাজতে জব্দ কৰে। জাহাজখন এতিয়াও ইণ্ডোনেছিয়াৰ নৌসেনাৰ দখলত আছে।

ইণ্ডোনেছিয়াৰ বেলাৱানত থকা দেশখনৰ নৌসেনাৰ আঞ্চলিক অধিনায়ক ৰিয়াৰ এডমিৰেল ডেনি চেপ্টিয়ানাই তেওঁলোকৰ উপকূলীয় জলসীমাত এম ভি ষ্টাৰ লাইন নামৰ জাহাজখন জব্দ কৰা বুলি জানিবলৈ দিয়ে।

ডেনি চেপ্টিয়ানাই কয় যে জাহাজখনত মুঠ ৩৬টা কণ্টেইনাৰ আছিল। ইয়াৰে ১৫টা কন্টেইনাৰত আছিল কৌশলগত ৰাসায়নিক ছডিয়াম পাৰক্ল’ৰেট। অক্সিডাইজাৰ হিচাপে ব্যৱহাৰ কৰা এই ৰাসায়নিক পদাৰ্থৰ মুঠ পৰিমাণ ৪০৫ টন। এই ৰাসায়নিক পদাৰ্থৰ সহায়ত মৰ্টাৰ আৰু সৰু ৰকেট তৈয়াৰ কৰা হয়।

Apply Now

বিস্ফোৰক কঢ়িয়াই অনা চীনৰ এই জাহাজখন জব্দ কৰাৰ লগে লগে ২২ বছৰৰ আগৰ এক ঘটনা পোহৰলৈ আহিছে। ২০০৪ চনৰ এপ্ৰিল মাহত বাংলাদেশৰ চট্টগ্ৰাম বন্দৰত দহ ট্ৰাক আধুনিক চীনা অস্ত্ৰ জব্দ কৰা হৈছিল। সেই সময়ত বাংলাদেশত খালেদা জিয়া নেতৃত্বাধীন বিএনপি চৰকাৰ ক্ষমতাত আছিল।

লগতে পঢ়কঃ পৰীক্ষাত ব্যৰ্থ Bisleri! ‘অসুৰক্ষিত’ পেকেজড খোৱাপানী; আইনী ব্যৱস্থা গ্ৰহণত অনুমোদন FSSAI-ৰ

বিতং তদন্তৰ অন্তত পোহৰলৈ আহিছে যে চট্টগ্ৰাম বন্দৰৰ পৰা পাৰ্বত্য চট্টগ্ৰামৰ  পিনেৰে এই অস্ত্ৰবোৰ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ উগ্ৰপন্থী সংগঠনৰ বাবে অনা হৈছিল। সমগ্ৰ অভিযানৰ দায়িত্বত আছিল পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আই। প্ৰয়াত খালেদা জিয়াৰ পুত্ৰ তাৰিকে ৰহমান এতিয়া বাংলাদেশত ক্ষমতালৈ আহিছে। ভাৰতে এতিয়াও তেওঁৰ চৰকাৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিব পৰা নাই। বৰঞ্চ শেহতীয়াকৈ তাৰিক ৰহমানে পৰোক্ষভাৱে ভাৰত বিৰোধী সুৰ উত্থাপন কৰিছে।

স্বাভাৱিকতে বিস্ফোৰক কঢ়িয়াই অনা চীনৰ জাহাজখন জব্দ কৰা ঘটনাই নতুন দিল্লীক সতৰ্ক কৰি তুলিছে। ভাৰতে ইণ্ডোনেছিয়াৰ সৈতে কূটনৈতিক মাধ্যমেৰে বিষয়টোৰ সৱিশেষ লৈছে। অৱশ্যে জাহাজখন জব্দ কৰাৰ সন্দৰ্ভত এতিয়াও মুখ খোলা নাই চীন আৰু বাংলাদেশ চৰকাৰে। মৌন বাংলাদেশৰ সেনাও।

লগতে পঢ়কঃ অঘটন! হাৰিয়ানাত সামৰিক অনুশীলনৰ সময়ত টেংকৰ চেপাত মৃত্যু দুই জোৱানৰ

জানিব পৰা মতে চীনৰ পৰা বিস্ফোৰক সামগ্ৰী কঢ়িয়াই অনা জাহাজখন বাংলাদেশলৈ যোৱাৰ পথত ইন্ধন ভৰোৱাৰ বাবে বেলাৱান জলসীমাত অৱস্থান কৰিছিল। সেই সময়ত ইণ্ডোনেছিয়াৰ নৌসেনাৰ টহলদাৰী জাহাজ কে আৰ আই চিগালু-৮৫৭ৰ সদস্যসকলে এম ভি ষ্টাৰ লাইনৰ অস্বাভাৱিক গতিবিধি লক্ষ্য কৰে। জাহাজখন নিৰ্দিষ্ট পথৰ বাহিৰলৈ যোৱাৰ সন্দেহ হোৱাত তেওঁলোকে যোগাযোগ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশ অভিমুখী বৃহৎ বিস্ফোৰক সামগ্ৰী ভৰ্তি চীনৰ জাহাজ জব্দ, লক্ষ্য কি?

বাংলাদেশ অভিমুখী বৃহৎ বিস্ফোৰক সামগ্ৰী ভৰ্তি চীনৰ জাহাজ জব্দ, লক্ষ্য কি?

November 23, 2026 11:48 am
এটা নহয়, দুটা চন্দ্ৰই বৰ্তমান প্ৰদক্ষিণ কৰি আছে পৃথিৱীক! নতুনটো আকাৰত অতি সৰু, কি ৰহস্য?

এটা নহয়, দুটা চন্দ্ৰই বৰ্তমান প্ৰদক্ষিণ কৰি আছে পৃথিৱীক! নতুনটো আকাৰত অতি সৰু, কি ৰহস্য?

November 23, 2026 10:53 am
পৰীক্ষাত ব্যৰ্থ Bisleri! ‘অসুৰক্ষিত’ পেকেজড খোৱাপানী; আইনী ব্যৱস্থা গ্ৰহণত অনুমোদন FSSAI-ৰ

পৰীক্ষাত ব্যৰ্থ Bisleri! ‘অসুৰক্ষিত’ পেকেজড খোৱাপানী; আইনী ব্যৱস্থা গ্ৰহণত অনুমোদন FSSAI-ৰ

November 23, 2026 9:07 am
অঘটন! হাৰিয়ানাত সামৰিক অনুশীলনৰ সময়ত টেংকৰ চেপাত মৃত্যু দুই জোৱানৰ

অঘটন! হাৰিয়ানাত সামৰিক অনুশীলনৰ সময়ত টেংকৰ চেপাত মৃত্যু দুই জোৱানৰ

November 23, 2026 8:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশ অভিমুখী বৃহৎ বিস্ফোৰক সামগ্ৰী ভৰ্তি চীনৰ জাহাজ জব্দ, লক্ষ্য কি?

বাংলাদেশ অভিমুখী বৃহৎ বিস্ফোৰক সামগ্ৰী ভৰ্তি চীনৰ জাহাজ জব্দ, লক্ষ্য কি?

November 23, 2026 11:48 am
এটা নহয়, দুটা চন্দ্ৰই বৰ্তমান প্ৰদক্ষিণ কৰি আছে পৃথিৱীক! নতুনটো আকাৰত অতি সৰু, কি ৰহস্য?

এটা নহয়, দুটা চন্দ্ৰই বৰ্তমান প্ৰদক্ষিণ কৰি আছে পৃথিৱীক! নতুনটো আকাৰত অতি সৰু, কি ৰহস্য?

November 23, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd