• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণস্বাক্ষৰ অভিযান চলোৱা মীৰা বৰঠাকুৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ হুংকাৰ ৰাজ্যিক বিজেপিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 13, 2018 3:26 pm
BJP_Urgent_Meeting_Photo

সংবাদমেল সম্বোধন কৰা অৱস্থাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, ১৩ মে''ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দলীয় স্থিতিলৈ কেৰেপ নকৰি অসমীয়াৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰি অহা আৰু তাৰ বাবে বিভিন্ন কাৰ্য্যসূচীত ভাগ লোৱা বিজেপি নেত্ৰী মীৰা বৰঠাকুৰ সন্মুখীন হ’ব পাৰে দলীয় অনুশাসনৰ।

আজি বিধেয়কখনৰ বিৰুদ্ধে ব্যক্তিগত উদ্যোগত গণস্বাক্ষৰ অভিযান আৰম্ভ কৰা, তথা এই অভিযানৰ সময়ত জয় আই অসম ধ্বনি দিয়া নেত্ৰীগৰাকীৰ স্থিতিত ৰাজ্যিক বিজেপি ক্ষুণ্ণ হৈ পৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আজি নেত্ৰীগৰাকীয়ে বেলতলাত গণস্বাক্ষৰ অভিযান চলাই থকাৰ মাজতে কৃষক মুক্তিৰ নেতা অখিল গগৈৰ সৈতে বিষয়টো সন্দৰ্ভত অনানুষ্ঠানিক মত বিনিময় কৰাৰ লগতে বিষয়টোত ঐকমত্য প্ৰকাশ কৰিছিল। লগতে দুয়োজন নেতা-নেত্ৰীয়ে হাতত ধৰাধৰিকৈ জয় আই অসম ধ্বনিও দিছিল।

আজি বিজেপিয়ে দল বিৰোধী স্থিতি লোৱাসকলৰ বিষয়ে আলোচনা কৰিবলৈ মহানগৰীৰ হেঙেৰাবাৰীস্থিত দলৰ কাৰ্য্যালয়ত এখন জৰুৰী সভা আহ্বান কৰে। সভাৰ পিছত সাংবাদিকৰ আগত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে দলবিৰোধী কাৰ্য্যকলাপত জড়িত আৰু দলৰ বিৰুদ্ধাচৰণ কৰি মন্তব্য কৰাসকলৰ বিৰুদ্ধে দলে ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে তেওঁ সকলোকে এনেকুৱা দলৰ বিৰুদ্ধাচৰণ

সংবাদমেলত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত দাসে কয়, দলৰ সন্মতি নোহোৱাকৈ গণস্বাক্ষৰ অথবা অন্য দলবিৰোধী কাম কৰাসকল অথবা মন্তব্য দিয়াসকলৰ বিৰুদ্ধে দলে বিহিত ব্যৱস্থা ল’ব। আজিৰ সভাত এই সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ কয়।

সাংবাদিকে নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত বিজেপিৰ দলীয় স্থিতিৰ বিষয়ে সোধাত দাসে জনায় যে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত দলটোৱে এন আৰ চি উন্নীতকৰণৰ কাম সম্পূৰ্ণৰ পিছতহে প্ৰকাশ কৰিব স্থিতি। এন আৰ চি ৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ পিছত সকলো দল-সংগঠনৰে সৈতে বিজেপি এক আলোচনাত মিলিত হ’ব।

Akhil_Meera

আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকাত পুনৰ শুনানি গ্ৰহণৰ বাবে অনুৰোধ জনাব ৰাজ্যিক বিজেপিয়ে। সকলো দল-সংগঠনক শান্তিপূৰ্ণভাৱে শুনানিত অংশগ্ৰহণ কৰাৰ লগতে ৰাইজক শান্তিপূৰ্ণভাৱে স্মাৰকপত্ৰেৰে নিজৰ মত দিবলৈ ৰঞ্জিত দাসে আহ্বান জনাইছে।

অসমত বৰ্তমান আৱেগজৰ্জৰিত পৰিৱেশ চলি থকাৰ সময়ত যুক্তিৰ স্থান নাই। ১ কোটি ৭০ লাখ হিন্দু বাংলাদেশী অসমলৈ অহা কথাটো সম্পূৰ্ণ মিছা। এনে কথা কৈ থকা সংগঠনৰ প্ৰতি প্ৰত্যাহ্বান জনোৱাৰ লগতে অসমত অশান্তিকৰ পৰিৱেশ সৃষ্টি নকৰিবৰ বাবে আহ্বান। এন আৰ চি ৰ কামত বিধি-পথালি দিয়াৰ বাবে কিছুমান সংগঠনে এনেবোৰ ভুৱা প্ৰচাৰত লিপ্ত হৈছে।

দাসে তৎপৰ্য্যপূৰ্ণভাৱে মন্তব্য কৰে যে কংগ্ৰেছ চৰকাৰে আইন গ্ৰহণ কৰিলে অসমলৈ আহি আইনৰ শুনানি লোৱা নাছিল। কিন্তু জে পি চি অসমলৈ আহিছে শুনানি গ্ৰহণৰ বাবে।

উল্লেখযোগ্য যে আজিৰ দলীয় বৈঠকখনত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে, উপ-সভাপতি বিশ্বৰূপ ভট্টাচাৰ্য্য, দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, নেডাৰ সভাপতি ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য ভালেমান বিষয়ববীয়া উপস্থিত আছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd