অনিমা গুহ গুৰুতৰভাৱে অসুস্থ

অসমৰ এগৰাকী সুলেখিকা, অশীতিপৰ অনিমা গুহ গুৰুতৰভাৱে অসুস্থ হোৱাৰ বাতৰি পোৱা গৈছে। সম্প্ৰতি গুৱাহাটীৰ আৰ্য হস্পিটেলৰ আই চি য়ুত লেখিকাগৰাকীক চিকিৎসা আগ বঢ়াই থকা হৈছে।