• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমীয়া চলচ্চিত্ৰ ‘উল্কা’ৰ পোষ্টাৰ মুকলি কৰিলে বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 9, 2018 8:00 am
teaser1
176
VIEWS
Share on FacebookShare on Twitter

ইষ্টাৰ্ন গ্ৰীন পিকছাৰ্‌ছৰ বেনাৰত নিৰ্মিত হাস্যমধুৰ চলচ্চিত্ৰ ‘উল্কা’ৰ প’ষ্টাৰ ৰিলিজ আৰু ছ’চিয়েল মিডিয়াৰ জড়িয়তে টীজাৰ মুক্তি দিয়া হৈছে। এই চলচ্চিত্ৰৰ পৰিচালক হৈছে প্ৰণৱ বিবেক আৰু প্ৰযোজক ভাস্কৰ উপাধ্যায়। উল্কাৰ কাহিনী আৰু চিত্ৰনাট্য মানস চাগ্ৰাৰ। চিত্ৰগ্ৰহম কৰিছে অমিয়ৰঞ্জন দাসে।

উল্কাৰ কাহিনীভাগত সমাজৰ পৰম্পৰাগত অন্ধ-বিশ্বাসক উপলুঙা কৰা হৈছে। কাহিনীভাগত বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসৰ জীৱনৰ এটা স্পৰ্শ আছে।

উল্কাৰ কাহিনীৰ উপস্থাপনাত এটা অভিনৱত্ব আছে আৰু সেয়েহে চলচ্চিত্ৰখনে পাঠকৰ হৃদয় স্পৰ্শ কৰিব বুলি আশা গৈছে।

সুদক্ষ অভিনেতা ৰূপম চেতিয়াই গুণেশ্বৰ নামৰ চৰিত্ৰটো ৰূপূয়ণ কৰিছে। এই চৰিত্ৰটোক কেন্দ্ৰ কৰিয়েই উল্কাৰ কাহিনীভাগে গতি লাভ কৰিছে। ছাত্ৰাৱাসৰ জীৱনৰ এটা এটা পাতলীয়া মুহূৰ্তৰ ধেমালীয়ে  গুণেশ্বৰৰ বৈচিত্ৰহীন জীৱনলৈ উত্থান-পতন লৈ আহে তাকেই উল্কাত দেখুওৱা হৈছে।

উল্কাৰ প’ষ্টাৰ মুক্তিৰ কাৰ্যসূচীটো মুকলি কৰে অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে।

teaser2

উল্কাৰ সংগীত পৰিচালনা ইবছন লাল বৰুৱাৰ উল্কা শীৰ্ষক মুখ্য গীতটোত কণ্ঠদান কৰিছে অংগৰাগ পাপন মহন্তই। ‘তৰাৰ দৰে’ গীতটিত কণ্ঠদান কৰিছে জুবিন গাৰ্গে। চলচ্চিত্ৰখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পীসকল হৈছে ৰূপম চেতিয়া, মিনু বনিয়া, পংকজ মহন্ত, প্লীজষ্ট’ন ইংতি, অমিত কুমাৰ বৰা, অলিস্মিতা গোস্বামী, পাপৰি কৰিতা, ৰূপম বৰুৱা, ৰুমা কলিতা, অৰিন্দম বৰা, মদন তালুকদাৰ ইত্যাদি। অতিথি শিল্পী হিচাপে কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত ভূমুকি মাৰিছে নিপন গোস্বামী, বাহৰুল ইছলাম, অৰুণ হাজৰিকা, কবিন দাস, ৰূপম বৰুৱা, প্ৰদীপ নিশিথ আৰ্ৰু সত্যেন শৰ্মাই।

চলচ্চিত্ৰখনৰ সম্পাদনা/ডি আই কলৰিষ্ট-অসীম শৰ্মা, কাৰ্যকৰী প্ৰযোজক মেঘৰাজ টিমচিনা, বিনিতা উপাধ্যায়। সহকাৰী পৰিচালক- ধ্ৰুৱজীৎ বৈশ্য, মৃণাল বৰ্মণ, দেৱজীত দাস আৰু মৃণাল ডেকা। ৰূপসজ্জা—ৰুমী গোস্বামী আৰু ধন শৰ্মাৰ।

Recent News

অসমত সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ অপচেষ্টাঃ  ধুবুৰীত ৩০ জন, লখিমপুৰত ৫জনক গ্ৰেপ্তাৰ

অসমত সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ অপচেষ্টাঃ  ধুবুৰীত ৩০ জন, লখিমপুৰত ৫জনক গ্ৰেপ্তাৰ

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd