• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ পৰিবহণ বিভাগৰ যুটীয়া আয়ুক্তকে ধৰি জিলা পৰিবহণ বিষয়া পৰ্য্যায়ত ব্যাপক সালসলনি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2018 9:22 pm
113
VIEWS
Share on FacebookShare on Twitter

কয়লা কেলেংকাৰীত অসমৰ পৰিবহণ বিভাগ সাঙোৰ খাই পৰাৰ পৰতে ৰাজ্যৰ পৰিবহণৰ যুটীয়া আয়ুক্তকে ধৰি জিলা পৰিবহণ বিষয়া পৰ্য্যায়ত আজি শনিবাৰে ব্যাপক সালসলনি কৰা হৈছে।

গুৱাহাটীস্থিত যুটীয়া পৰিবহণ আয়ুক্ত জয় চন্দ্ৰ সন্দিকৈক বি টি এ’ ডিৰ যুটীয়া পৰিবহণ আয়ুক্ত হিচাপে  বদলি কৰা হৈছে। বি টি এ’ ডিৰ যুটীয়া পৰিবহণ আয়ুক্ত বিপুলানন্দ পাঠকক দিয়া হৈছে গুৱাহাটীৰ পৰিবহণ কাৰ্যালয়ৰ যুটীয়া আয়ুক্তৰ দায়িত্ব।

ডিব্ৰুগড়ৰ পৰিবহণ বিষয়া সুৰঞ্জিতা হাজৰিকাক পৰিবহণ বিষয়া(পুল)ৰ লগতে কামৰূপ মহানগৰৰ অনুজ্ঞাপত্ৰ শাখাৰ অতিৰিক্ত দায়িত্বও দিয়া হৈছে।

আনহাতে তিনিচুকীয়াৰ পৰিবহণ বিষয়া ছৈয়দ ৰফিকুল মান্নানক গুৱাহাটীৰ বেতকুছিৰ ড্ৰাইভাৰ কণ্ডাক্তৰ প্ৰশিক্ষণ স্কুলৰ অধ্যক্ষৰ লগতে তেওঁক কামৰূপ (ম)ৰ পঞ্জীয়ন শাখাৰ পৰিবহণ বিষয়া আৰু এনফৰ্ছমেণ্ট বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া দায়িত্বও অতিৰিক্তভাৱে দিয়া হৈছে।

কামৰূপ মহানগৰৰ পৰিবহণ বিষয়া প্ৰসেনজিৎ ঘোষক শোণিতপুৰৰ পৰিবহণ বিষয়াৰূপে, শোণিতপুৰৰ পৰিবহণ বিষয়া মেহতাব আলীক ওদালগুৰিৰ পৰিবহণ বিষয়াৰূপে, ওদালগুৰিৰ পৰিবহণ বিষয়া নন্দেশ্বৰ লহকৰক যোৰহাটৰ পৰিবহণ বিষয়াৰূপে, গোলাঘাটৰ পৰিবহণ বিষয়া ৰূপক পূজাৰীক নগাঁৱৰ পৰিবহণ বিষয়া হিচাপে, মৰিগাঁৱৰ পৰিবহণ বিষয়া অৰুণ বৰাক তিনিচুকীয়াৰ পৰিবহণ বিষয়া, ধেমাজিৰ পৰিবহণ বিষয়া দেৱাশিস দত্তক মৰিগাঁৱৰ পৰিবহণ বিষয়া আৰু শ্ৰীৰামপুৰ গেটৰ এনফৰ্ছমেণ্ট ইনস্পেক্টৰ মনোজ কুমাৰ চৌধুৰীক গোলাঘাটৰ পৰিবহণ বিষয়াৰূপে বদলি কৰা হৈছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd