অসম ৰাইফলছে ইয়াৰ ৱেবছাইটত ঘোষণা কৰা মতে বাহিনীটোত অলপতে চি আৰু ডি গ্ৰুপৰ ৭৫৪ টা পদ পূৰণৰ বাবে মকৰল প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। ইয়াত জনোৱা খবৰ মতে অহা ২০ ডিচেম্বৰৰ ভিতৰত এই খালী পদসমূহত নিযুক্তিৰ সুবিধা ল’ব খোজা অৰ্হতাসম্পন্ন পুৰুষ আৰু মহিলাই আবেদন কৰিব পাৰিব। তেওঁলোকৰ ৱেবছাইট http://www.assamrifles.gov.in/ এই বিষয়ে বিতং তথ্যৰ লগতে আৱেদন পত্ৰও পাব বুলি বিশেষ এটা সূত্ৰই জনাইছে। অৱশ্যে এই সূত্ৰটোৱে কোৱা এই ৱেবছাইটোত খুঁচৰি চাই ইয়াক unavailable বুলিহে পোৱা গৈছে।
অসম ৰাইফলছত গ্ৰুপ চি আৰু ডিৰ চাকৰি
-
By NE NOW NEWS
- Categories: অসম
Related Content
`হিমন্তই কিয় মূৰ ঘমাইছে?’: অসমৰ মুখ্যমন্ত্ৰীৰ মন্তব্যকলৈ প্ৰতিক্ৰিয়া কংগ্ৰেছ সভাপতি খাৰ্গেৰ
By
এন ই নাও নিউজ ব্যুৰো
April 27, 2024 3:16 pm
মণিপুৰত পুনৰ হিংসা! দুটা গোটৰ মাজত গুলীয়াগুলিৰ সংঘৰ্ষত নিহত এজন
By
এন ই নাও নিউজ ব্যুৰো
April 27, 2024 12:45 pm
অযোধ্যাত বাছৰ পৰা উদ্ধাৰ ৯৫টি শিশু; আঁৰত ডাঙৰ ষড়যন্ত্ৰৰ সন্দেহ
By
এন ই নাও নিউজ ব্যুৰো
April 27, 2024 12:00 pm
বৰ্খাস্ত হ’ল শাৰীৰিক নিৰ্যাতনৰ অভিযোগত দোষী সাব্যস্ত অৰ্জুন বঁটা বিজয়ী চিআৰপিএফ বিষয়া
By
এন ই নাও নিউজ ব্যুৰো
April 27, 2024 10:32 am
বছৰত দুবাৰকৈ ব’ৰ্ড পৰীক্ষা পাতিব চিবিএছইয়ে! কেতিয়াৰ পৰা আৰম্ভ হ’ব নতুন পৰিকল্পনা?
By
এন ই নাও নিউজ ব্যুৰো
April 27, 2024 9:24 am
মুখ্যমন্ত্ৰীৰ মিথ্যা! বিজেপি চৰকাৰৰ দিনৰ ৰাস্তাক কংগ্ৰেছী শাসনৰ ৰাস্তা আখ্যা দি সমালোচিত হিমন্ত বিশ্ব শৰ্মা
By
এন ই নাও নিউজ ব্যুৰো
April 27, 2024 8:45 am