• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

অহা ১৩ মাৰ্চত ত্ৰয়োদশ নাগালেণ্ড বিধানসভাৰ প্ৰথমখন বৈঠক : নিৰ্বাচন কৰা হ’ব বিধানসভাৰ অধ্যক্ষ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2018 7:10 pm
nagaland-assembly
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্য্যই অহা ১৩ মাৰ্চত নৱ নিৰ্বাচিত ত্ৰয়োদশ নাগালেণ্ড বিধানসভাৰ প্ৰথমখন বৈঠকৰ আহ্বান জনাইছে। পুৱা ৯.৩০ বজাত ক’হিমাৰ বিধানসভাৰ প্ৰেক্ষাগৃহত এই বৈঠক অনুষ্ঠিত হ’ব। এই কথা এটা প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে নাগালেণ্ড বিধানসভাৰ আয়ুক্ত আৰু সচিব বেঞ্জামিন নিউমায়ে।

উল্লেখযোগ্য যে যোৱা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত ৬০ খনীয়া আসনৰ নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ ৩ মাৰ্চত ফল ঘোষণা কৰা হৈছিল। ইয়াৰ পিছতে পূৰ্বৰ এন পি এফৰ চৰকাৰক আঁতৰাই নৱগঠিত এন ডি পি পি আৰু বিজেপি মৰ্চাই চৰকাৰ গঠন কৰিছে।

আন এটা প্ৰেছ বিজ্ঞপ্তিত তেওঁ জানিবলৈ দিছে যে একেদিনাই বিধানসভাৰ সদস্যসকলৰ দ্বাৰা অধ্যক্ষক নিৰ্বাচন কৰা হ’ব। ইয়াৰ বাবে ১২ মাৰ্চৰ দুপৰীয়া ১২ বজা পৰ্য্যন্ত মনোনয়ন পত্ৰ জমা দিব পাৰিব আৰু উক্ত দিনাৰে ১ বজাৰ পৰা ৪ বজালৈকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময় ধাৰ্য্য কৰা হৈছে।

এই প্ৰথম অধিৱেশনৰ বাবে যাৱতীয় প্ৰস্তুতি তথা কাৰ্য্যসূচী নিৰ্বাৰণ কৰাৰ বাবে ইতিপূৰ্বে অস্থায়ী অধ্যক্ষ মহোনলুমো কিকনৰ অধ্যক্ষতাত বিজনেছ এডভাইজৰি কমিটিৰ এখন বৈঠক অনুষ্ঠিত হৈছে। এই কমিটিয়ে অধিৱেশন অহা ১৩ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে বুলি বিজ্ঞপ্তিটোত জনোৱা হৈছে।

প্ৰথমখন অধিৱেশন বিশেষকৈ বিধানসভাৰ সদস্যসকলৰ শপত গ্ৰহণ, অধ্যক্ষ নিৰ্বাচন, সংখ্যাগৰিষ্ঠতা প্ৰমাণ, ৰাজ্যপালৰ ভাষণ, ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক মন্তব্য, প্ৰতিবেদন দাখিল, ২০১৭-১৮ বৰ্ষৰ অনুমোদনৰ বাবে পৰিপূৰক দাবী, ২০১৮-১৯ বাজেট উপস্থাপন ইত্যাদি কাৰ্য্যসূচী থাকিব বুলি সূত্ৰটোৱে জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd