• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰ্ণমাই বৰাৰ ধৰ্ষণ-হত্যাৰ মূল অভিযুক্ত মইনুল হকক ফাঁচি আৰু আনজন অভিযুক্ত চেলিমুদ্দিনক যাৱজ্জীৱন কাৰাদণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
August 1, 2018 1:23 pm
ArnamaiBorajpg
154
VIEWS
Share on FacebookShare on Twitter

যমুনামুখৰ শিক্ষয়িত্ৰী অৰ্ণমাই বৰাক ধৰ্ষণ কৰি হত্যা কৰাত জড়িত মূল অভিযুক্ত দুজনৰ বিচাৰ প্ৰক্ৰিয়াৰ আজি ৰায়দান দিয়ে আদালতে। হোজাইৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশে দিয়া এই ৰায়দানত মূল অভিযুক্ত মইনুল হকক (৩৭৬ A আৰু ৩০২ ধাৰা) ফাঁচি আৰু আনজন অভিযুক্ত চেলিমুদ্দিনক  (২০১, ৩০২ ধাৰা) যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়। চেলিমুদ্দিনক কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনাও বিহে আদালতে।

উল্লেখযোগ্য যে নিজে শিক্ষকতা কৰা বিদ্যালয়খনৰ পৰা স্কুল ছুটীৰ পিছত ঘৰলৈ যোৱাৰ বাটত ২০১৭ চনৰ ৩১ মে’ৰ সন্ধিয়া মইনুল হকে অৰ্ণমাই বৰাক চেলিম উদ্দিনৰ সহযোগত ধৰ্ষণ কৰি হত্যা কৰিছিল। পিছত শিক্ষয়িত্ৰীগৰাকীৰ মৃতদেহটো কপিলী নৈত পেলাই দৈছিল।

যোৱা এবছৰৰো অধিক দিন এই গোচৰটো হোজাইৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত ফাষ্ট ট্ৰেক আদালতত ক্ষিপ্ৰতাৰে চলি আছিল। ইয়াৰ ফলস্বৰূপে ২৪ জুলাইত আদালতে দুয়োজনকে দোষী সাব্যস্ত কৰিছিল আৰু আজি ইয়াৰ শাস্তি ঘোষণা কৰাৰ কথা আছিল।

হোজাইৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ন্যায়াধীশ নগেন ছেনাবায়া দেউৰীৰ আদালতে আজি এই শাস্তিৰ ৰায় প্ৰদান কৰে।

জঘন্য অপৰাধটোৰ অপৰাধী দুজনক কঠোৰ শাস্তি দিয়াত স্বস্তি আৰু সন্তুষ্টি প্ৰকাশ কৰিছে বিভিন্নজনে।

অধিবক্তাৰ সূত্ৰই জনোৱামতে, যাৱজ্জীৱন কাৰদণ্ডেৰে দণ্ডিত চেলিম উদ্দিনে এই কাৰাবাসৰ সময়ছোৱাত কাৰাগাৰৰ বাহৰলৈ ওলাব নোৱাৰিব বুলি নিশ্চিত কৰিছে ৰায়টোত।

Recent News

সেনাক অপমান মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰ

সেনাক অপমান মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰ

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

মিত্ৰতা এতিয়া মৃত! বিৰোধীৰ ‘ইণ্ডিয়া’ ঐক্যৰ কোনো ভৱিষ্যত নাই : বিস্ফোৰক মন্তব্য পি চিদাম্বৰমৰ

মিত্ৰতা এতিয়া মৃত! বিৰোধীৰ ‘ইণ্ডিয়া’ ঐক্যৰ কোনো ভৱিষ্যত নাই : বিস্ফোৰক মন্তব্য পি চিদাম্বৰমৰ

কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd