• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি সম্পন্ন হয় গোবিন্দ চন্দ্ৰ লাংঠাচাৰ শ্ৰাদ্ধ অনুষ্ঠান: উপস্থিত থাকে কংগ্ৰেছ দলৰ বহু নেতা-কৰ্মী

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
March 12, 2018 6:12 pm
gobinda chandra langthasa
102
VIEWS
Share on FacebookShare on Twitter

‘গোবিন্দ চন্দ্ৰ লাংঠাচাৰ  মৃত্যুৱে  ডিমা হাচাও ৰাজনীতিৰ এটা যুগৰ অৱসান ঘটালে’। আজি লাংঠাচাৰ শ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত থাকি কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী খৰছিঙ ইংতিয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায়।

উল্লেখ্য যে চলিত বছৰৰ ৩ ফেব্ৰুৱাৰি তাৰিখে মৃত্যু হোৱা অসমৰ প্ৰাক্তন মন্ত্ৰী  তথা ডিমা হাচাও কংগ্ৰেছৰ অভিভাৱক স্বৰূপ গোবিন্দ চন্দ্ৰ লাংঠাচাৰ আজি শ্ৰাদ্ধ অনুষ্ঠান সম্পন্ন হয় হাফলংৰ ডিছগাঁও ৰাজি বাসভৱনত।

শ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত থাকে অসমৰ প্ৰাক্তন মন্ত্ৰী তথা জেষ্ঠ্য কংগ্ৰেছ নেতা খৰছিঙ ইংতি, প্ৰদেশ কংগ্ৰেছ সচিব ৰমন বৰুৱাৰ লগতে  দলৰ নেতা-কৰ্মী।

খৰছিঙ ইংতিয়ে তেওঁৰ মন্তব্যত কয় যে লাংঠাচাৰ মৃত্যুত ডিমা হাচাওৰ লগতে ৰাজ্য জুৰি কংগ্ৰেছ দলৰ বাবে এক ডাঙৰ ক্ষতি। কাৰণ তেওঁৰ ছত্ৰছায়াতে ডিমা হাচাও জিলা আগবাঢ়ি গৈছিল। লগতে প্ৰয়াত নেতাগৰাকীয়ে পাৰ্বত্য ৰাজনীতিৰ কাৰনে বহুতো ত্যাগ কৰিব লগা হোৱা বুলিও কয়।

ইফালে অসম প্ৰদেশ কংগ্ৰেছৰ সচিব ৰমন বৰুৱায়ো লাংঠাচাৰ মৃত্যু কংগ্ৰেছ দলৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে। লগতে প্ৰাক্তন চি ই এম দেবজিত থাউচেনেও লাঙঠাচাৰ মৃত্যু পাৰ্বত্য জিলাৰ ৰাজনৈতিক তথা সামাজিক জীৱনৰ ডাঙৰ ক্ষতি বুলি মন্তব্য কৰে।

ইয়াৰ উপৰি আজিৰ এই অনুষ্ঠানত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চি ই এম দেব’লাল গাৰ্লচাৰ লগতে প্ৰাক্তন চি ই এম দেবজিত থাউচেন, পৰিষদৰ ই এম কুলেন্দ্ৰ  দাউলাগুপু, জিলাৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ লগতে বিজেপি তথা অগপৰ নেতা-কৰ্মীসকল উপস্থিত থাকে।

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd