• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইটালীৰ ৰোমত অনুষ্ঠিত হ’বলগীয়া মিঃ টুৰিজিম ৱৰ্ল্ডত অংশগ্ৰহণৰ বাবে সাজু জুলফি চেইখ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 17, 2018 2:42 pm
julphi seikh
149
VIEWS
Share on FacebookShare on Twitter

অহা বছৰ ইটালীৰ ৰোম চহৰত অনুষ্ঠিত হ’বলগীয়া মিঃ টুৰিজিম ৱৰ্ল্ডত অংশগ্ৰহণৰ বাবে পূৰ্ণ গতিত প্ৰস্তুতি  চলাই আছে বুলি জানিবলৈ দিয়ে মিঃ টুৰিজিম ৱৰ্ল্ড ইণ্ডিয়া ২০১৮ প্ৰতিযোগিতাৰ বিজয়ী তথা ধুবুৰীৰ  জুলফি চেইখে।

উল্লেখ্য যে এই প্ৰতিযোগিতাখন অহা বছৰ ২৬ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰিলৈকে ইটালীৰ ৰোম চহৰত অনুষ্ঠিত হ’ব।

২৪ বছৰীয়া জুলফিয়ে নৰ্থ-ইষ্ট নাওক জনোৱা অনুসৰি তেওঁ গোৱাত অনুষ্ঠিত হোৱা মিঃ ওৱৰ্লড ইণ্ডিয়া প্ৰতিযোগিতাত ৰো-বা-ৰো মিষ্টাৰ ইণ্ডিয়া খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰি এইগৰাকী যুৱকে অসমীয়া অভিনয় ক্ষেত্ৰতো জড়িত হোৱা দেখিবলৈ পোৱা যায়। ইতিমধ্যে  জুলফিয়ে জানিবলৈ দিয়া মতে তেওঁ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ নীলাঞ্জনা, কণ্ঠশিল্পী তুলিকাৰ “ড্ৰিম অৱ লাভ” ভৃগু কাশ্যপৰ ৰাণী ইত্যাদি গীতসমূহতো অভিনয় কৰিছে।

আনহাতে প্ৰতিভা সম্পন্ন ধুবুৰীৰ মডেল গৰাকীয়ে ফেশ্বন ডিজাইনাৰ তথা কৰিঅ’গ্ৰাফাৰ প্ৰশান্ত ঘোষৰ তত্বাৱধানত ২০১৩ চনৰে পৰা মডেলিং ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছে।

নৰ্থ-ইষ্ট নাওৰ জৰিয়তে জুলফিয়ে ইটালীত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শনৰ বাবে অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছে।

 

Recent News

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

উৰিষ্যাৰ সমুদ্ৰ তীৰত লোমহৰ্ষক ঘটনা : প্ৰেমিকৰ সমুখতে দলৱদ্ধ ধৰ্ষণ যুৱতীক, গ্ৰেপ্তাৰ ৮ পৰ্যটক

উৰিষ্যাৰ সমুদ্ৰ তীৰত লোমহৰ্ষক ঘটনা : প্ৰেমিকৰ সমুখতে দলৱদ্ধ ধৰ্ষণ যুৱতীক, গ্ৰেপ্তাৰ ৮ পৰ্যটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd