• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উঃ কাছাৰ পাঃ স্বাঃ পৰিষদ : অগপৰ পিছত এইবাৰ ন্যায়ালয় অভিমুখে কংগ্ৰেছ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
June 2, 2018 10:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যপাল জগদীশ মূখীৰ নিৰ্দেশমৰ্মে অহা ৩ জুনত অন্ত পৰিব লগীয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকাল পুনৰ ৬ মাহলৈ বৃদ্ধি কৰাত এইবাৰ অগপৰ পাছত ডিমা হাচাও কংগ্ৰেছৰ আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ।

উল্লেখযোগ্য যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকাল পুনৰ ৬ মাহলৈ বৃদ্ধি কৰাতো পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ আয়ুক্ত সচিব আনোৱাৰুদ্দিন চৌধুৰীয়ে ৩১ মে’ত এক জাননী যোগে ৰাজ্যপালৰ নিৰ্দেশৰ কথা সদৰী কৰিছিল।

লগতে জাননীটোত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাৰণে পৰিষদৰ নিৰ্বাচন স্থগিত ৰখাৰ কথা উল্লেখ কৰা হয়।

ফলত ৰাজ্যপালৰ পৰিষদৰ কাৰ্যকাল বৃদ্ধিক লৈ ডিমা হাচাও অগপৰ পাছত এইবাৰ কংগ্ৰেছ দলেও আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিয়ে। লগতে সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ডিমা হাচাও কংগ্ৰেছে লেখ আবেদন কৰিব। এই কথা আজি জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাঙঠাচাই হাফলং ৰাজীৱ ভৱনত এক সংবাদমেল যোগে ঘোষণা কৰে।

সংবাদমেলত ডিমা হাচাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাঙঠাচা আৰু উপ-সভাপতি হামজানন লাঙঠাচাই নিজৰ ক্ষোভ ব্যক্ত কৰে। লগতে নিৰ্মল লাঙঠাচাই কয় যে বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰত বিজেপি দলৰ চৰকাৰ থকাৰ পিছতো পাৰ্বত্য পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নকৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অযুহাতেৰে ৰাজ্যপালে পৰিষদৰ কাৰ্যকাল বৃদ্ধি কৰে।

আনহাতে ডিমা হাচাও কংগ্ৰেছৰ উপ-সভাপতি হামজানন লাঙঠাচাই কয় যে, ‘বিজেপি দলে দুৰ্নীতি লৈ শূন্য সহনশীলতাৰ কথা ক’লেও বাস্তবত বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদত চৰকাৰী আবণ্টিত ধনৰ দুৰ্নীতি বৃদ্ধি পাইছে।’

তাৰোপৰি লাঙঠাচাই কয় যে, ‘ডিমাহাচাও জিলাৰ উপায়ুক্তও মিছা মাত মাতিছে। যিহেতু ডিমা হাচাওত থকা ৮ হাজাৰ কৰ্মচাৰীৰ ভিতৰত চাৰি শতাধিক কৰ্মচাৰীহে এন আৰ চি কামত নিয়োজিত হৈ আছে। অথচ উপায়ুক্তৰ চৰকাৰী প্ৰতিবেদনত ৮০ শতাংশ কৰ্মচাৰীৰ কথা উল্লেখ আছে।’

লগতে হাজননে পৰিষদখন ভংগ কৰি ৰাজ্যপালে চমজি লোৱাৰ কথা উল্লেখ কৰি কয় অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd