• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চ ন্যায়ালয়ে পুনৰীক্ষণ কৰিব ৫,০০০ বিদেশী গোচৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 19, 2018 7:19 am
Guwahati-High-court
90
VIEWS
Share on FacebookShare on Twitter

বিদেশী ন্যায়াধিকৰণত বিচাৰাধীন পাঁচ হেজাৰ গোচৰ পুনৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে উৱাহাটী উচ্চ ন্যায়ালয়ে।ৰাজ্যৰ এশখন বিদেশী ন্যায়াধিকৰণৰ পৰা উক্ত গোচৰসমূহ পুনৰীক্ষণৰ নিৰ্দেশ দিছে।

বিদেশী ন্যায়াধিকৰকণে বিদেশী নহয় বুলি নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত গোচৰসমূহ পুনৰীক্ষণৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। উল্লেখ্য, গুৱাহাটী উচ্চ ন্যায়ালয়ে অলপতে বিদেশী ন্যায়াধীকৰণে দিয়া প্ৰায় ৩০০ টা ৰায়ত বিদেশী নহয় বুলি নীতিসন্মতভাৱে নিদিয়া বুলি পৃথক কৰিছিল।

এই গোচৰ কেইটাৰ ভিতৰত ১৮৮ টা গোচৰ নগাঁৱৰ জুৰীয়া, ৩০ টা নগাঁৱৰ ধিঙৰ। তদুপৰি ন্যায়ালয়ে বিদেশী ন্যায়াধিকৰণৰ ৪০০ টা নিৰ্দেশৰ তথ্য-পাতি জব্দ কৰাৰো নিৰ্দেশ দিছে। বিশেষকৈ কামৰূপ আৰু মৰিগাঁৱত এনে গোচৰ পোৱা গৈছে।

উল্লেখ্য যে ৰাজ্যিক পৰ্যায়ৰ স্ক্ৰীনিং কমিটিয়ে বিদেশী ন্যায়াধিকৰণৰ গোচৰসমূহৰ ওপৰতপৰীক্ষা-নিৰীকআ কৰি উচ্চ ন্যায়ালয়ৰ দৃষ্টিগোচৰ কতৰে।

পূৰ্বে গৃহ বিভাগে বিদেশী ন্যায়াধিকৰণৰ ১৫ গৰাকী সদস্যক কাম-কাজ সিকভাৱে আগবঢ়াই নিবলৈ নিৰ্দেশ দিছিল যাতে গোচৰসমূহৰ নিষ্পত্তি প্ৰক্ৰিয়া খৰতকীয়া হয়।

Recent News

এছ বি আইৰ ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ পুনৰ হ্ৰাস: এতিয়া সৰ্বোচ্চ হাৰ ৬.৭০%

এছ বি আইৰ ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ পুনৰ হ্ৰাস: এতিয়া সৰ্বোচ্চ হাৰ ৬.৭০%

পেলেষ্টাইনীসকলক খান ইউনিছ খালী কৰিবলৈ নিৰ্দেশ ইজৰাইলৰ সেনাৰ

পেলেষ্টাইনীসকলক খান ইউনিছ খালী কৰিবলৈ নিৰ্দেশ ইজৰাইলৰ সেনাৰ

অপাৰেচন সিন্দুৰত আমেৰিকাৰ কোনো ভূমিকা নাছিল! সংসদীয় সমিতিক প্ৰদান কৰিলে সবিশেষ তথ্য

অপাৰেচন সিন্দুৰত আমেৰিকাৰ কোনো ভূমিকা নাছিল! সংসদীয় সমিতিক প্ৰদান কৰিলে সবিশেষ তথ্য

স্থায়ী বন্দোবস্তিৰ বাবে চক্ৰ বিষয়াক ৫ নং আৰু ৬ নং ৰায়তী প্ৰপত্ৰ প্ৰদান বৰদুৱাৰ বাগানৰ বাসিন্দাৰ

স্থায়ী বন্দোবস্তিৰ বাবে চক্ৰ বিষয়াক ৫ নং আৰু ৬ নং ৰায়তী প্ৰপত্ৰ প্ৰদান বৰদুৱাৰ বাগানৰ বাসিন্দাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd