• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উবেৰ কৰ্তৃপক্ষৰ মইমতালিত উত্তপ্ত পৰিস্থিতি : গাড়ীৰ সংখ্যা কমাবলৈ হঠাতে বন্ধ কৰি দিছে কিছুমান চালকৰ একাউণ্ট

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 28, 2018 10:31 pm
uber-image-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৮ মে’ত এগৰাকী উবেৰ চালকক শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাক কেন্দ্ৰ কৰি কেব অ’পাৰেটৰ সংস্থাটোৰ কাৰ্যালয়ত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে, কালীন্দ্ৰ বৰ্মন নামৰ এজন চালকক উবেৰ কাৰ্যালয়ৰ নিৰাপত্তাৰক্ষীয়ে কাৰ্যালয়ৰ ভিতৰতে শাৰীৰিকভাৱে অপদস্থ কৰাৰ পাছত একাংশ উবেৰ চালক উপস্থিত হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে। পাছত আৰক্ষী উপস্থিত হৈহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি উবেৰৰ অধীনত গাড়ী চলোৱা কালীন্দ্ৰ বৰ্মন নামৰ চালকজনৰ AS 01 HC 6102 নম্বৰৰ গাড়ীখনৰ একাউণ্টটো কোনো আগজাননী নিদিয়াকৈ উবেৰ কৰ্তৃপক্ষই বন্ধ কৰি দিয়াত চালকজনে কিয় একাউণ্টটো বন্ধ কৰি দিয়া হ’ল জানিবলৈ মহানগৰীৰ জয়ানগৰস্থিত উবেৰৰ কাৰ্যালয়ত উপস্থিত হৈছিল। কিন্তু কৰ্তৃপক্ষই তেওঁৰ একাউণ্ট স্থায়ীভাৱে বন্ধ কৰি দিয়া বুলি জানিবলৈ দিয়ে। একাউণ্ট  বন্ধ হৈ যোৱা বুলি গম পাই উবেৰ চলাই পৰিয়াল পোহপাল দিয়া কালীন্দ্ৰ বৰ্মনে কাৰ্যালয়ৰ ভিতৰতে ঢলি পৰে। কিন্তু কিছুসময়ৰ পাছত তেওঁ পুনৰ সুস্থ হৈ উঠাত কাৰ্যালয়টোৰ নিৰাপত্তাৰ দায়িত্তত থকা ডিম্পল শইকীয়া নামৰ লোকজনে তেওঁক গঁতিয়াই কাৰ্যালয়ৰ পৰা বাহিৰ কৰি দিয়ে।

ঘটনা সন্দৰ্ভত চালক কালীন্দ্ৰ বৰ্মনে বশিষ্ট থানাত এখন এজাহাৰ দাখিল কৰিছে।

উবেৰ চালকক শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাৰ আঁত ধৰি অল আছাম কেব অপাৰেটৰ য়ুনিয়নৰ সভাপতি ইছমাইল আলীয়ে নৰ্থ-ইষ্ট নাওক অৱগত কৰি কয় যে বিগত ১৭ মে’ত কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত কামৰূপ (মহানগৰ) আৰু কামৰূপ (গ্ৰাম্য) জিলাৰ পৰিবহণ বিভাগ, অ’লা-উবেৰ কৰ্তৃপক্ষ আৰু অল আছাম কেব অপাৰেটৰ য়ুনিয়নৰ এখন সভা অনুষ্ঠিত হৈছিল। সভাৰ সিদ্ধান্ত মৰ্মে অ’লা-উবেৰ কৰ্তৃপক্ষক অল আছাম কেব অপাৰেটৰ য়ুনিয়নৰ লগত আলোচনা কৰি চালকসকলৰ সমস্যাসমূহ সমাধান কৰাৰ নিৰ্দেশ দিছিল পৰিবহণ বিভাগে। এই সভাতেই অ’লা-উবেৰৰ অধীনত চলা সকলো গাড়ীৰ হিচাপ ১৫ দিনৰ ভিতৰত জিলা প্ৰশাসনক দিয়াৰ নিৰ্দেশ দিয়া হৈছিল।

ইছমাইল আলীয়ে জানিবলৈ দিয়া মতে মহানগৰীত অ’লা-উবেৰৰ অধীনত প্ৰায় পোন্ধৰ হাজাৰ গাড়ী চলে। কিন্তু প্ৰশাসনে ইয়াৰ হিচাপ বিচৰাৰ পাছতেই অ’লা-উবেৰ কৰ্তৃপক্ষই গাড়ীৰ এই সংখ্যা কমোৱাৰ প্ৰয়াস কৰি সামান্য ভুলতেই কোনো আগজাননী নিদিয়াকৈ কিছুমান গাড়ীৰ একাউণ্ট স্থায়ীভাৱে বন্ধ কৰি দিয়াৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

কালীন্দ্ৰ বৰ্মন নামৰ চালকজনৰ ক্ষেত্ৰতো এনেকুৱা ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd