• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উলহ মালহেৰে বৰদিন পালন টংলাত

চাজিদ খান by চাজিদ খান
December 26, 2017 10:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোটেই বিশ্ব তথা ভাৰতবৰ্ষৰ সমান্তৰালকৈ অসমৰো ওদালগুৰি জিলাৰ টংলাত উলহ-মালহেৰে পৱিত্ৰ বৰদিন উৎসৱ পালন কৰা হয়। মাজনিশা ভক্ত সকলে গীৰ্জা সমূহত প্ৰাৰ্থনা জনায় ভগৱান তথা পৰমেশ্বৰ যীচু খ্ৰীষ্টক সোঁৱৰে।  বাপ্তিস গিৰ্জা, ডন বস্ক’ আৰু টংলা কেথলিক গীৰ্জাত মাজনিশাই হেজাৰ – হেজাৰ খৃষ্টান ধৰ্মালম্বী লোকে গোট খাই চহৰখনক ৰঙীণ কৰি তোলে। বৰদিন পালন তথা গীৰ্জা সমূহত এবাৰলৈ প্ৰাৰ্থনা কৰাৰ লক্ষ্যৰে অন্য ধৰ্মৰ লোক সমূহেও এই উৎসৱত ভাগ লৈছে। বহু খৃষ্টান ধৰ্মালম্বী লোকে উপস্থিত হৈ ভগৱান যীচুৰ নাম লৈ বিভিন্ন কেৰল গীত পৰিবেশনৰ লগতে শিশু সকলে নিজৰ নিজৰ মাজত উপহাৰ আদান প্ৰদান কৰে।

ডন বস্ক’ কেথলিক গীৰ্জাত ৰাতি প্ৰাৰ্থনাৰ নেতৃত্ব দিয়ে বস্ক’ মাউণ্ট ৰেক্টৰ ফ্ৰেড চিয়ে জনে। জো কি ৰেক্টৰ ফাডাৰ মাৰ্কুছ লাকাৰাৰ নেতৃত্বত সোমবাৰে বৰদিনৰ বিশেষ প্ৰাৰ্থনা সভা অনুষ্ঠিত হয় আৰু তাৰ পিছত এক সংগীতানুষ্ঠান কাৰ্যসূচী আৰম্ভ হয়। মাজনিশাৰ পৰাই কোকৰাঝাৰৰ বিভিন্ন খৃষ্টান ধৰ্মীয় ঘৰ তথা গিৰ্জা, বিদ্যালয় সমূহত হেজাৰ – হেজাৰ খৃষ্টান ধৰ্মালম্বী লোকে গোট খাই ভগৱান তথা পৰমেশ্বৰ যীচুৰ নাম লৈ গীত মাতেৰে পৰিৱেশ জীপাল কৰি তোলে।

উল্লেখণীয় যে খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলৰ বাবে মুখ্য গীৰ্জাস্থলী ডন বস্ক কেথলিকত অসংখ্য ভক্তই মাজনিশাৰ পৰাই মম বাতি আৰু ধূপ কাঠি জলাই পৰমেশ্বৰ যীচু খ্ৰীষ্টক সোঁৱৰে।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লজিষ্টিক পাৰ্কৰ বাবে ১৫০ বিঘা চৰণীয়া পথাৰখন অধিগ্ৰহণ কৰাৰ সিদ্ধান্তত খৰ্গহস্ত দ’ৰাবিলৰ স্থানীয় খিলঞ্জীয়া ৰাইজ

লজিষ্টিক পাৰ্কৰ বাবে ১৫০ বিঘা চৰণীয়া পথাৰখন অধিগ্ৰহণ কৰাৰ সিদ্ধান্তত খৰ্গহস্ত দ’ৰাবিলৰ স্থানীয় খিলঞ্জীয়া ৰাইজ

September 12, 2025 11:40 am
ছিকিমত ভয়াবহ ভূমিস্খলন, বৰ্তমানলৈ ৪টা মৃতদেহ উদ্ধাৰ; বিপদত পৰ্যটক, পৰিস্থিতি কি?

ছিকিমত ভয়াবহ ভূমিস্খলন, বৰ্তমানলৈ ৪টা মৃতদেহ উদ্ধাৰ; বিপদত পৰ্যটক, পৰিস্থিতি কি?

September 12, 2025 11:16 am
উমৰ খালিদৰ জামিন আবেদন প্ৰত্যাহ্বানৰ শুনানি আজি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

উমৰ খালিদৰ জামিন আবেদন প্ৰত্যাহ্বানৰ শুনানি আজি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 12, 2025 10:50 am
ভাৰতৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ

ভাৰতৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ

September 12, 2025 10:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লজিষ্টিক পাৰ্কৰ বাবে ১৫০ বিঘা চৰণীয়া পথাৰখন অধিগ্ৰহণ কৰাৰ সিদ্ধান্তত খৰ্গহস্ত দ’ৰাবিলৰ স্থানীয় খিলঞ্জীয়া ৰাইজ

লজিষ্টিক পাৰ্কৰ বাবে ১৫০ বিঘা চৰণীয়া পথাৰখন অধিগ্ৰহণ কৰাৰ সিদ্ধান্তত খৰ্গহস্ত দ’ৰাবিলৰ স্থানীয় খিলঞ্জীয়া ৰাইজ

September 12, 2025 11:40 am
ছিকিমত ভয়াবহ ভূমিস্খলন, বৰ্তমানলৈ ৪টা মৃতদেহ উদ্ধাৰ; বিপদত পৰ্যটক, পৰিস্থিতি কি?

ছিকিমত ভয়াবহ ভূমিস্খলন, বৰ্তমানলৈ ৪টা মৃতদেহ উদ্ধাৰ; বিপদত পৰ্যটক, পৰিস্থিতি কি?

September 12, 2025 11:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd