• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চিৰ চূড়ান্ত খচৰা : অসমৰ পৰা সম্ভাৱ্য অনুপ্ৰৱেশক লৈ শংকিত মমতা বেনাৰ্জী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 12, 2018 10:14 am
Mamata-678x381

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ফাইল ফটো

89
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ে অহা ৩০ জুলাই এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ সময়সীমা নিৰ্দ্ধাৰণ কৰি দিয়াৰ পিছত চূড়ান্ত খচৰা প্ৰকাশৰ বাবে সাজু হৈ উঠাৰ সময়তে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উত্তৰ বংগৰ আলিপুৰ দুৱাৰৰ স্থানীয় প্ৰশাসনক অসমৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ নিৰ্দেশ দিছে।

ৰাষ্ট্ৰীয় বাতৰি কাকত দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা ভাগি আহিব পৰা লোকক লৈ মমতা ‘চিন্তিত’ হৈ পৰিছে আৰু ‘’চবুৰীয়া অসমৰ পৰিস্থিতি সম্পৰ্কে সতৰ্ক হৈ থাকিবলৈ’’ বিষয়াসকলক নিৰ্দেশ দিছে।

বুধবাৰে আলিপুৰ দুৱাৰত এখন প্ৰশাসনীয় পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ত আলোকপাত কৰে আৰু খণ্ড উন্নয়ন বিষয়াসকলক ‘’অসমৰ পৰা যদি কোনো অনুপ্ৰৱেশৰ ঘটনা তেওঁলোকৰ নজৰলৈ আহে’’ তেতিয়াহ’লে লগে লগেই জিলা দণ্ডাধীশক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে।

মমতাৰ উদ্ধৃতি দি বাতৰিটোত কোৱা হৈছে যে ‘’অসমত কিছু সমস্যা চলি আছে। তাৰ পৰা লোক ভাগি অহাৰ সম্ভাৱনা আছে। আপোনালোকে তাৰ প্ৰতি সজাগ দৃষ্টি ৰাখিব,’’-বুলি মমতাই কয়।

ইয়াৰ আগেয়ে যোৱা ৩১ ডিচেম্বৰৰ নিশা এন আৰ চিৰ প্ৰথম খচৰা প্ৰকাশ পোৱাৰ সময়তো মমতা বেনাৰ্জীয়ে প্ৰতিক্ৰিয়া প্ৰাকশ কৰিছিল। তেওঁ ‘’এন আৰ চিত নাম অন্তৰ্ভুক্ত নকৰি অসমৰ পৰা বঙালীসকলক খেদি পঠোৱাৰ ষড়যন্ত্ৰ ৰচা বুলি’’ কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কৰিছিল।

অসমত উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এন আৰ চি উন্নীতকৰণৰ কাম চলি আছে আৰু ইয়াৰ জৰিয়তে অসমত ১৯৫১ চনৰ এন আৰ চি উন্নীত কৰি স্থায়ী বাসিন্দাসকলক চিনাক্ত কৰাৰ লগতে অবৈধ প্ৰব্ৰজনকাৰীক বিচাৰি উলিওৱাৰ প্ৰচেষ্টা চলোৱা হৈছে।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd