• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ বিশ্বনাথৰ বাঘমাৰিত বিশাল সজাগতা সভা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
August 6, 2018 9:06 pm
NRC_Story

সজাগতা সভাৰ দৃশ্য।

135
VIEWS
Share on FacebookShare on Twitter

সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাক লৈ ৰাইজৰ মনত থকা ভয় শংকা দূৰ কৰাৰ উদ্দেশ্যে আজি আমছু বাঘমাৰী আঞ্চলিক সমিতিৰ উদ্যোগত নিজ বাঘমাৰী ফুৰকানীয়া মাদ্ৰাছা প্ৰাঙ্গণত এক বিশাল সজাগতা সভা আয়োজন কৰা হয়।

বাঘমাৰী আঞ্চলিক সমিতিৰ উপদেষ্টা আমিন হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়াই ৰাইজৰ মাজত সৃষ্টি হোৱা বিভ্ৰান্তি সমুহ পুংখানুপুংখভাৱে বুজাই দি কোনোধৰণৰ উৰা বাতৰিক বিশ্বাস নকৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰি তেওঁ কোনো ধৰণৰ অপশক্তিয়ে যাতে আইন-শৃংখলা বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে চোকা দৃষ্টি ৰাখিবলৈ ৰাইজক আহ্বান জনায়।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগৰ বৈধ নথিপত্ৰ থকা সকলো ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত হ’ব আৰু কোনো অবৈধ ব্যক্তিৰ নাম অন্তৰ্ভুক্ত নহয় বুলি তেওঁ ৰাইজক আশ্বাস দিয়ে।

আজিৰ এই সভাত আমছু বিশ্বনাথ জিলা সমিতি সাধাৰণ সম্পাদক মঃ বাহাৰুল ইছলাম, মুখ্য সাংগঠনিক সম্পাদক মঃ ইমান আলী, বাঘমাৰী আঞ্চলিক সমিতিৰ উপদেষ্টা নুৰ কাছিম আহমেদ, হুছেইন আহমেদ, আজেন আলী, ওৱাহেদ আলী, সভাপতি আলী আহমেদ, সাধাৰণ সম্পাদকদ্বয় মজম আলী আৰু উচমান গনি আৰু আন আন বিষয়ববিয়াৰ লগতে পাঁচ শতাধিক ৰাইজ উপস্থিত থাকে।

Recent News

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd